• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই বাঢ়িল ১৯,০০০ কোটিৰ সম্পত্তি! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ ১৩ নম্বৰত মুকেশ আম্বানী

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই বাঢ়িল ১৯,০০০ কোটিৰ সম্পত্তি! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ ১৩ নম্বৰত মুকেশ আম্বানী

3 years ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

29 minutes ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

1 hour ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

1 hour ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

2 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

3 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

3 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

4 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

5 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

6 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

7 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

7 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই বাঢ়িল ১৯,০০০ কোটিৰ সম্পত্তি! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ ১৩ নম্বৰত মুকেশ আম্বানী

editor by editor
July 5, 2023
in বাণিজ্য, বিশ্ব, ভাৰত
0
মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই বাঢ়িল ১৯,০০০ কোটিৰ সম্পত্তি! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ ১৩ নম্বৰত মুকেশ আম্বানী
0
SHARES
854
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৪ঘণ্টাত বাঢ়িল ২ আৰৱ ডলাৰ সম্পত্তি। আকৌ এবাৰ বিশ্বৰ টপ-১০ ধনী ব্যক্তিৰ তালিকাত নাম সন্নিবিষ্ট হ’ল মুকেশ আম্বানীৰ। মুকেশ আম্বানীয়ে মাত্ৰ ২৪ঘণ্টাৰ ভিতৰতেই ১৯,০০০ কোটি টকা উপাৰ্জন কৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সত ১৩ নম্বৰ স্থানত আহিছে মুকেশ আম্বানী। শীৰ্ষ ১০ নম্বৰ স্থানৰ অন্তৰ্ভূক্ত হ’বলৈ মাত্ৰ ৩ উদ্যোগপতিহে আগত আছে মুকেশ আম্বানীতকৈ।

২৪ ঘণ্টাত ২ আৰৱ ডলাৰ কেনেকৈ বাঢ়িল মুকেশ আম্বানীৰ?
বিগত ২৪ঘণ্টাত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ ২আৰৱ ডলাৰলৈ বৃদ্ধি হৈছে। এই বৃদ্ধিৰ সৈতে আম্বানীৰ সম্পত্তিৰ পৰিমান ৯০ আৰৱ ডলাৰ পাৰ হৈছে। চলিত বৰ্ষত মুকেশ আম্বানীৰ সম্পত্তি ৩.৪৬ আৰৱ ডলাৰলৈ বৃদ্ধি হৈছে।

১০ শীৰ্ষ ধনীত স্থান লাভ কৰিবলৈ আম্বানীক পিছপেলাই ৰখা ৩ ধনবান কোন?
দহ নম্বৰ ধনী ব্যক্তিৰ তালিকাত আছে আমেৰিকাৰ ছেৰ্গেই ব্ৰিন। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১০৪ বিলিয়ন ডলাৰ। একাদশ ধনী ব্যক্তিৰ তালিকাত আছে মেক্সিকোৰ বিলিয়নাৰ কাৰ্লোছ স্লিম। তেওঁৰ সম্পত্তিৰ পৰিমান হৈছে ৯৭.২ বিনিয়ন ডলাৰ। ইফালে দ্বাদশ স্থানত আছে ফ্ৰান্সৰ উদ্যোগপতি ফ্ৰাঙ্কোইচ বেটেনকোৰ্ট। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ৯২.৬ বিলিয়ন ডলাৰ। এই তিনি ধনাঢ্য ব্যক্তিৰ পাছতেই আছে ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানী।

ধনাঢ্য ব্যক্তিৰ তালিকাত কিমান নম্বৰত আছে গৌতম আদানী?
ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ লিষ্টত আম্বানীয়ে ১৩ নম্বৰ স্থান দখল কৰাৰ বিপৰীতে ভাৰতীয় উদ্যোগপতি গৌতম আদানী আছে ২১ নম্বৰ স্থানত। ২০ ধনী ব্যক্তিৰ তালিকাত বৰ্তমান গৌতম আদানীৰ কোনো স্থান নাই।

ধনাঢ্য ব্যক্তিৰ তালিকাত প্ৰথম স্থানত আছে টেছলাৰ চিইঅ’
পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত বৰ্তমানো প্ৰথম স্থানতেই আছে টেছলাৰ মালিক এলন মাস্ক। এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ বৰ্তমান ২৪৭ আৰৱ ডলাৰ। চলিত বৰ্ষত তেওঁৰ সম্পত্তি ১১০ আৰৱ ডলাৰ বৃদ্ধি হৈছে। এই উপাৰ্জনৰ মাজতেই তেওঁ বিগত ২৪ ঘণ্টাত ১৩ আৰৱ ডলাৰ উপাৰ্জন কৰিছে।

দ্বিতীয় ধনী ব্যক্তিৰ তালিকাত আছে মাৰ্ক জুকাৰবাৰ্গ
ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত আছে মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ। চলিত বৰ্ষত মাৰ্ক জুকাৰবাৰ্গে ৫৮.৬ আৰৱ ডলাৰ উপাৰ্জন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান
ভাৰত

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

May 26, 2026
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

May 26, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
Next Post
প্ৰস্ৰাৱকাণ্ডঃ ঘৰলৈ মাতি আদিবাসী শ্ৰমিকক ভৰি ধুৱাই ক্ষমা খুজিলে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে

প্ৰস্ৰাৱকাণ্ডঃ ঘৰলৈ মাতি আদিবাসী শ্ৰমিকক ভৰি ধুৱাই ক্ষমা খুজিলে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে

কেদাৰনাথ-বদ্ৰীনাথত ৰীল বনাব নোৱাৰিব কোনো ভক্তই! ৰীল বনালেই কঠোৰ হ’ব উত্তৰাখণ্ড প্ৰশাসন

কেদাৰনাথ-বদ্ৰীনাথত ৰীল বনাব নোৱাৰিব কোনো ভক্তই! ৰীল বনালেই কঠোৰ হ’ব উত্তৰাখণ্ড প্ৰশাসন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.