• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধেমালি চলেৰেই কথাবোৰ সঁচা হ’ল! ৰিক্ত বুকুত বাসনা ঢলা সেই অলকানন্দাৰ অনামিকা আঙুলিত জিলিকিল শংকুৰাজৰ আঙুঠি

ধেমালি চলেৰেই কথাবোৰ সঁচা হ’ল! ৰিক্ত বুকুত বাসনা ঢলা সেই অলকানন্দাৰ অনামিকা আঙুলিত জিলিকিল শংকুৰাজৰ আঙুঠি

3 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

1 hour ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

1 hour ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

2 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

2 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

3 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

4 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

4 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

6 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

6 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

7 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

8 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধেমালি চলেৰেই কথাবোৰ সঁচা হ’ল! ৰিক্ত বুকুত বাসনা ঢলা সেই অলকানন্দাৰ অনামিকা আঙুলিত জিলিকিল শংকুৰাজৰ আঙুঠি

editor by editor
July 5, 2023
in অসম, জীৱনশৈলী
0
ধেমালি চলেৰেই কথাবোৰ সঁচা হ’ল! ৰিক্ত বুকুত বাসনা ঢলা সেই অলকানন্দাৰ অনামিকা আঙুলিত জিলিকিল শংকুৰাজৰ আঙুঠি
0
SHARES
17.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শংকুৰাজৰ জীৱনলৈ বাস্তৱত আহিল অলকানন্দা। ধেমালী চলেৰেই কথাবোৰ সঁচা হ’ল। প্ৰাণৰ প্ৰেয়সীৰ অনামিকা আঙুলিত আঙুঠি পিন্ধালে শংকুৰাজ কোঁৱৰে। প্ৰেয়সী অলকানন্দা গোস্বামী।

পৰিচিত কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে আঙুঠি পিন্ধালে অলকানন্দাক। গানেৰেই শংকুৰাজে দিছিল প্ৰেয়সী অলকানন্দাৰ বৰ্ণনা। সুৰেৰেই প্ৰেমৰ অলকানন্দা বোৱাই দিয়াৰ কথাও কৈছিল। খুবেই জনপ্ৰিয় হৈছিল শংকুৰাজৰ অলকানন্দা গীতটি। ‘অলকানন্দা’ গানটোৰ অন্তৰালত আছিল প্ৰকৃততে এইগৰাকী অলকানন্দাই। শংকুৰাজেও এক সাক্ষাৎকাৰত কৈছিল, এই গীতটিৰ আঁৰৰ কাহিনী।

গানৰ আঁৰত আছে এগৰাকী নাৰী। ৰিক্ত বুকুতে বাসনা ঢলাগৰাকীয়েই তেওঁৰ প্ৰিয় নাৰী অলকানন্দা। বুধবাৰে ডিব্ৰুগড় জিলা চাবুৱা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দনন্দ দেৱ গোস্বামীৰ কন্যা অলকানন্দা গোস্বামীক আঙুঠি পিন্ধাই যুগ্ম জীৱনলৈ এখোজ আগবঢ়ালে শংকুৰাজে।

তেওঁ অসমীয়া গীতৰ আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবেও শংকুৰাজ জনপ্ৰিয়। ‘অলকানন্দা’ৰ গীতটিৰে তেওঁ যিগৰাকী নাৰীৰ বিষয়ে কৈছিল, সেইগৰাকী অলকানন্দাকে জীৱন সংগী কৰি ল’লে শংকুৰাজে। এই বিশেষ দিনটোত তেওঁলোকে সামাজিক ৰীতি–নীতিৰে বাগদান সম্পন্ন কৰাৰ লগতে কেক কাটিও দিনটো উদযাপন কৰাৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!
জীৱনশৈলী

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

May 21, 2026
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?
জীৱনশৈলী

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

May 21, 2026
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
Next Post
স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, ‘নিজকে ঠিক কৰক, নৱেম্বৰ মাহেই অন্তিম সময়সীমা’

স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, 'নিজকে ঠিক কৰক, নৱেম্বৰ মাহেই অন্তিম সময়সীমা’

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই বাঢ়িল ১৯,০০০ কোটিৰ সম্পত্তি! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ ১৩ নম্বৰত মুকেশ আম্বানী

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতেই বাঢ়িল ১৯,০০০ কোটিৰ সম্পত্তি! বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ ১৩ নম্বৰত মুকেশ আম্বানী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.