• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নামাজী চিকিৎসক! চিকিৎসকে নামাজ পঢ়িবলৈ যাওঁতেই মৃত্যু হ’ল টীয়কৰ নাৰায়ণ হাজৰিকাৰ

নামাজী চিকিৎসক! চিকিৎসকে নামাজ পঢ়িবলৈ যাওঁতেই মৃত্যু হ’ল টীয়কৰ নাৰায়ণ হাজৰিকাৰ

3 years ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

16 minutes ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

33 minutes ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

56 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

1 hour ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

2 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

2 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

2 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

3 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

4 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

5 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

5 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নামাজী চিকিৎসক! চিকিৎসকে নামাজ পঢ়িবলৈ যাওঁতেই মৃত্যু হ’ল টীয়কৰ নাৰায়ণ হাজৰিকাৰ

editor by editor
October 8, 2022
in অসম, স্বাস্থ্য
0
নামাজী চিকিৎসক! চিকিৎসকে নামাজ পঢ়িবলৈ যাওঁতেই মৃত্যু হ’ল টীয়কৰ নাৰায়ণ হাজৰিকাৰ
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভঃ চিকিৎসকৰ গাফিলতি শেষ নহ’বই নেকি ৰাজ্যত। কৰ্তব্য এৰি চিকিৎসক নামাজ পঢ়িবলৈ যোৱাৰ বাবেই পুনৰ প্ৰাণ গ’ল টীয়কৰ এজন ৰোগীৰ।

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপৰ জীয়া ছবি পুনৰ পৰিস্ফুত হৈছে টীয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰষা টীয়ক FRU ত। শুকুৰবাৰে বিয়লি উচ্চ ৰক্তচাপত অচেতন হৈ পৰা টীয়কৰ জগদুৱাৰ সোণাৰী গাঁৱৰ নাৰায়ণ হাজৰিকা নামৰ লোকজনক জৰুৰীকালীন অৱস্থাত টীয়ক FRU-ত লৈ আনিছিল পৰিয়ালে। নাৰায়ণ হাজৰিকাক চিকিৎসালয়লৈ অনাৰ সময়তে কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসক ডাঃ চালাহউদ্দিন আহমেদ নামাজ পঢ়িবলৈ গৈছিল।

ৰোগীৰ আত্মীয়ই অনা অভিযোগ অনুসৰি চিকিৎসক নাপাই কৰ্মৰত নাৰ্চৰ পৰা সহায় বিচাৰিছিল নাৰায়ন হাজৰিকাৰ আত্মীয়ই। নাৰ্চগৰাকীয়ে কোনো ধৰণৰ সহায় কৰাৰ বিপৰীতে ৰোগীৰ আত্মীয়ক চিকিৎসক নামাজ পঢ়িবলৈ গ’ল বুলিহে জনায়। চিকিৎসকক নাপায় আত্মীয়ই নাৰায়ণ হাজৰিকাক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও নিয়াৰ পথতেই মৃত্যুক সাবটে হাজৰিকাই।

উল্লেখ্য যে, চিকিৎসকজনে পূৰ্বেও চিকিৎসালয়ত ৰোগী এৰি নামাজ পঢ়িবলৈ যোৱাৰ অভিযোগ আনিছে বহুকেইগৰাকী ৰোগীয়েই। কৰ্তব্যৰত অৱস্থাত ৮ কিলোমিটাৰ নিলগৰ কাকজানলৈ নামাজ পঢ়িবলৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসক চালাহউদ্দিন আহমেদৰ বিৰুদ্ধে। ইপিনে টীয়ক FRU-ৰ অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি চিকিৎসক চালাহউদ্দিন আহমেদে কৰ্মৰত অৱস্থাত নামাজলৈ যোৱা সম্পৰ্কে তেওঁ জ্ঞাত নহয়। পুনৰ যাতে কৰ্মৰত সময়ত এনে ভুল নহয় তাৰ বাবে সকিয়নী প্ৰদান কৰে অধীক্ষকগৰাকীয়ে। টীয়কৰ দৰে বৃহৎ অঞ্চলৰ একমাত্ৰ ভৰষা উক্ত চিকিৎসালয়খনত এখন এম্বুলেঞ্চো নথকাৰ কথা প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ
জীৱনশৈলী

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

March 30, 2026
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
জীৱনশৈলী

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

March 30, 2026
Next Post
লক্ষ্মী দেৱীক কি কি উপকৰণেৰে পূজা কৰিব? পূজাত এইকেইটা নিয়ম মানিলেহে সুফল লাভ কৰিব

লক্ষ্মী দেৱীক কি কি উপকৰণেৰে পূজা কৰিব? পূজাত এইকেইটা নিয়ম মানিলেহে সুফল লাভ কৰিব

সংসদীয় কমিটিয়ে দিছে প্ৰস্তাৱ, ইংৰাজী নচলিব! দেশৰ চৰকাৰী ভাষা হিন্দী হ’বই, কি আছে প্ৰতিবেদনত সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

সংসদীয় কমিটিয়ে দিছে প্ৰস্তাৱ, ইংৰাজী নচলিব! দেশৰ চৰকাৰী ভাষা হিন্দী হ’বই, কি আছে প্ৰতিবেদনত সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.