শিৱসাগৰ দিমৌমুখত ভয়ংকৰ ঘটনা। কালী পূজাৰ নিশা ৫ শিশুক বলিৰ পৰিকল্পনা। স্থানীয় লোকৰ তৎপৰতাত দৈৱক্ৰমে ৰক্ষা নিষ্পাপ শিশুকেইটি।