• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজাৰ কঁপাবলৈ আহিব ই-বাইক

বজাৰ কঁপাবলৈ আহিব ই-বাইক

6 years ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

29 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

49 minutes ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

58 minutes ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

1 hour ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

3 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

4 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

5 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

6 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

7 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বজাৰ কঁপাবলৈ আহিব ই-বাইক

মাত্ৰ ১০ টকাত চলিব এশ কিলোমিটাৰ

editor by editor
September 3, 2020
in প্ৰযুক্তি
0
বজাৰ কঁপাবলৈ আহিব ই-বাইক
0
SHARES
726
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এটা ভাল খবৰ জনাইছে অট’মোবাইল প্ৰাইভেট লিমিটেডে। সাধাৰণ মানুহৰ বাবে বজাৰলৈ অট’মোবাইল প্ৰাইভেট লিমিটেডে আনিছে ই-বাইক। এই বাইক অহাৰ লগে লগে সাধাৰণ মানুহে কম টকা খৰচ কৰি বেছি দূৰ যাব পাৰিব। এই নতুন বাইকৰ নাম ‘অ’টম-১.০’। আত্মনির্ভৰশীল দেশৰ কথা চিন্তা কৰি দেশীয় প্ৰযুক্তিৰে তৈয়াৰ কৰা হ’ব এই ই-বাইক। লিথিয়াম আয়ন বেটাৰীৰ দ্বাৰা চালিত হ’ব এই ই-বাইক। এই বেটাৰী চার্জ হ’বলৈ সময় লাগিব মাত্ৰ ৪ ঘণ্টা। এই ই-বাইক হ’ল ল’-স্পীড বাইক। ঘণ্টাত ২৫ কিলোমিটাৰ পর্যন্ত এই বাইক দৌৰিব। সেই বাবে এই বাইকক ল’-স্পীড বাইক হিচাপে জনা গৈছে। সহজে চাইকেলৰ দৰে লাইচেন্সবিহীনভাৱে চলাব পাৰিব এই ই-বাইক। এবাৰ ফুল চার্জ দিলে এই বাইক চলিব ১০০ কিলোমিটাৰ পর্যন্ত। মাত্ৰ ১ ইউনিট বিদ্যুৎ খৰচ কৰি এই বেটাৰী চার্জ কৰিব পাৰিব। ৭ৰ পৰা ১০ টকা খৰচ কৰি ১০০ কিলোমিটাৰ চলাব পাৰিব আপুনি। স্বাভাৱিকভাৱে এই বাইকত আন বাইকৰ দৰে আছে বিভিন্ন সুবিধা। টায়াৰ, এলইডি লাইট, বেটাৰী। যাৰ ওজন মাত্ৰ ৬ কেজি। আৰু এই বাইকৰ দাম হ’ব ৫০ হাজাৰ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!
বাণিজ্য

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

September 17, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা
প্ৰযুক্তি

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

September 16, 2026
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে
প্ৰযুক্তি

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

September 16, 2026
Next Post
মিছা মাতিলে নেকি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই?

মিছা মাতিলে নেকি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই?

বিধানসভা চলি থকাৰ সময়ত লাষ্টগে’ট কিয় নিমাওমাও?

বিধানসভা চলি থকাৰ সময়ত লাষ্টগে’ট কিয় নিমাওমাও?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.