অসম লাইভ২৪ঃ
বহুবিবাহ বিৰোধী বিলক লৈ সৰৱ বিধায়ক শ্বেৰমান আলী আহমেদ
‘নতুন আইন আনিছে তাৰ বাবে স্বাগতম কিন্তু কেইটামান চৰ্ত মানিব লাগিব’
‘পুৰুষজন ডেকা হৈ থাকোতে পত্নী বেমাৰী হ’লে পৰৱৰ্তী বিবাহ কৰিবই লাগিব’
‘সন্তান জন্ম নহ’লেও পৰৱৰ্তী বিবাহ কৰিবই লাগিব’
‘কোৰাণতো এজনীতে সন্তুষ্ট থাকিব লাগে বুলি উল্লেখ আছে’
‘পৰৱৰ্তী বিবাহ কৰাবলৈ প্ৰথমা পত্নীৰ সন্মতি থাকিব লাগিব’
‘পত্নীক মিছা কৈ অন্যৰে সম্পৰ্ক ৰখাতকৈ দ্বিতীয় বিবাহেই শ্ৰেয়’
‘ব্যভিচাৰ নোহোৱাকৈ বহু বিবাহ কৰোৱাত আপত্তি থাকিব নালাগে’
‘সন্তানহীন হৈ সংগীতা দত্তৰ দৰে সন্তান তুলি আনি কাহিনী ঘটোৱাটো ভাল কথা জানো?’
‘মুছলমান যুৱকে হিন্দু যুৱতী নাচায় সুন্দৰী মুছলমান যুৱতীক বিয়া কৰাওক’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ