• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ললিত মোদীৰ সৈতে প্ৰেম! সুস্মিতাই কেৱল ধনৰ লোভতেই ললিত মোদীৰ সৈতে সম্পৰ্ক ৰাখিছিল নেকি, সকলো কথাৰেই উত্তৰ দিলে সুস্মিতা সেনে

ললিত মোদীৰ সৈতে প্ৰেম! সুস্মিতাই কেৱল ধনৰ লোভতেই ললিত মোদীৰ সৈতে সম্পৰ্ক ৰাখিছিল নেকি, সকলো কথাৰেই উত্তৰ দিলে সুস্মিতা সেনে

3 years ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

58 minutes ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

1 hour ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

3 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

3 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

4 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

21 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

22 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

22 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

23 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

24 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

1 day ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ললিত মোদীৰ সৈতে প্ৰেম! সুস্মিতাই কেৱল ধনৰ লোভতেই ললিত মোদীৰ সৈতে সম্পৰ্ক ৰাখিছিল নেকি, সকলো কথাৰেই উত্তৰ দিলে সুস্মিতা সেনে

editor by editor
August 7, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
ললিত মোদীৰ সৈতে প্ৰেম! সুস্মিতাই কেৱল ধনৰ লোভতেই ললিত মোদীৰ সৈতে সম্পৰ্ক ৰাখিছিল নেকি, সকলো কথাৰেই উত্তৰ দিলে সুস্মিতা সেনে
0
SHARES
599
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২২ চনৰ জুলাই মাহতেই আৰম্ভ হৈছিল এই গুজৱ। সুস্মিতা সেনৰ ললিত মোদীৰ সৈতে কেইখনমান বিশেষ ফটো শ্বেয়াৰ হৈছিল সামাজিকমাধ্যমত। ললিত মোদীৰ সৈতে ঘনিষ্ঠ ফটো দেখি বহুতেই কৈছিল সুস্মিতাৰ সৈতে বিশেষ সম্পৰ্ক গঢ়ি উঠিছে ললিতৰ। কিন্তু এই চৰ্চা চলাৰ পাছতেই ললিত মোদীক লৈ এটা দীঘলীয়া পোষ্ট লিখিছিল সুস্মিতা সেনে।

যাৱতীয় বিতৰ্ক, হাজাৰ কটাক্ষৰ উত্তৰ অৱশেষত দিলে সুস্মিতা সেনে। সুস্মিতা সেনে পোষ্টটোত উল্লেখ কৰিছে যে তেওঁ এতিয়াও চিংগল। অৱশ্যে উদ্যোগপতি ললিত মোদীৰ সৈতে থকা ফটোসমূহ কি সেই কথাৰ কিন্তু একো উত্তৰ নিদিলে সুস্মিতা সেনে। সুস্মিতাই এই সন্দৰ্ভত কয়, ‘এটা অপমানক তেতিয়াই অপমান বুলি ধৰা হয় যেতিয়া আপুনি তাক গ্ৰহণ কৰে। যদি আপুনি গ্ৰহণ নকৰেই তেতিয়া সেয়া অপমান নহয়। এই বিষয়ে আৰু বিশেষ কথা কোৱাৰ অধিকাৰ নাই। মই এতিয়াও চিংগল।’

ললিত মোদীক লৈ চলা গুজৱৰ উত্তৰতো সুস্মিতা সেনে কয়, ‘যেতিয়া মই বিষয়টোক লৈ বাখ্যা দিব খুজিছিলো, তেতিয়া একাংশ শুভাকাঙ্খীয়ে কৈছিল, আপোনক জানো আপুনি ক্লেয়াৰিফিকেছন দিব নালাগে।’ তেতিয়াই মই বিষয়টোক লৈ একো নোকোৱাৰ সিদ্ধান্ত ললো।’ ৮৭ বছৰ বয়সীয়া সুস্মিতা আকৌ উভতি আহিছে বলীউডলৈ। দীৰ্ঘকালীন দূৰত্ব আঁতৰাই নতুন ছবিৰে বলীউডলৈ উভতিছে সুস্মিতা। শীঘ্ৰেই তেওঁৰ ছবি ‘তালি’য়ে মুক্তি লাভ কৰিব। এগৰাকী তৃতীয় লিংগৰ মহিলা চৰিত্ৰত দেখা যাব এসময়ৰ বিশ্বসুন্দৰী সুস্মিতা সেনক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান
বিনোদন

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

October 30, 2026
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ
ভাৰত

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

October 30, 2026
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক
অসম

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

October 30, 2026
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু
ভাৰত

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

October 30, 2026
Next Post
ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন! গোলাঘাটত ৮টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন! গোলাঘাটত ৮টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

আকৌ সংসদলৈ ৰাহুল! সাংসদ পদ ঘূৰাই পালে কিন্তু ’২৪ৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিবনে? সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.