বাৰে বাৰে প্ৰতিবাদৰ সন্মুখীন কমলা কলিতা। ভাগৱতীপাৰা, বৰিহাট-আমৰাঙ্গা, এইবাৰ পাৰ্ল্লী-হুদুমপুৰ। কমলা কলিতাৰ বিৰুদ্ধে সৰৱ অগণন মহিলা। কোনো কাৰণত গ্ৰহণ নকৰে পলাশবাৰী সমষ্টিত।