• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিয়ে মুছলমানক সন্মান নিদিয়ে ভাৱিছিলো কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুলঃ পদ্মশ্ৰী ৰছিদ আহমেদ কদৰী

বিজেপিয়ে মুছলমানক সন্মান নিদিয়ে ভাৱিছিলো কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুলঃ পদ্মশ্ৰী ৰছিদ আহমেদ কদৰী

3 years ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

7 minutes ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

26 minutes ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

47 minutes ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

1 hour ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

2 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

3 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

4 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

4 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

5 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

6 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

6 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিজেপিয়ে মুছলমানক সন্মান নিদিয়ে ভাৱিছিলো কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুলঃ পদ্মশ্ৰী ৰছিদ আহমেদ কদৰী

editor by editor
April 6, 2023
in বিবিধ, ভাৰত, ৰাজনীতি
0
বিজেপিয়ে মুছলমানক সন্মান নিদিয়ে ভাৱিছিলো কিন্তু মোৰ ধাৰণা সম্পূৰ্ণ ভুলঃ পদ্মশ্ৰী ৰছিদ আহমেদ কদৰী
0
SHARES
206
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘মই ভাবিছিলো, বিজেপি চৰকাৰে মুছলমানক একো সন্মান নিদিয়ে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোৰ এই ধাৰণাক ভুল প্ৰমাণিত কৰিলে।’ পদ্মশ্ৰী সন্মান লাভ কৰা ৰছিদ আহমেদ কদৰীৰ ভাষ্য এয়া।

কৰ্ণাটকৰ বিদুৰ জিলাৰ এগৰাকী হস্তশিল্পী আদমেদ কাদৰীৰ। ১৯৫৫ চনৰ ৫ জুনত মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা কাদৰিয়ে সৰুৰে পৰা পিতৃৰ লগত প্ৰত্যক্ষ কৰিছিল হস্ততাত নিৰ্মিত বিভিন্ন কাৰুশিল্প। লাহে লাহে পিতৃৰ এইপ্ৰতিভাৰ প্ৰতি আকৰ্ষিত হৈ কাদৰিও জড়িত হৈ পৰিছিল কাৰু শিল্পৰ লগত। লাহে লাহে তেঁওৰ সৃষ্টি পৰিচিত হৈ পৰিছিল বিদুৰৰ বিভিন্ন প্ৰান্তত। বিদুৰৰ এই শিল্পক দেশবাসীৰ আগত চিনাকী কৰি দিলে শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে। নিজৰ একাগ্ৰতা আৰু প্ৰতিভাৰ বাবে ২০২৩ বৰ্ষত দেশৰ সন্মানীয় বঁটা সমূহৰ অন্যতম পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ’ল শ্বাহ ৰছিদ আহমেদ কাদৰীক।

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে বিশিষ্ট কাৰুশিল্পী গৰাকীয়ে। অনুষ্ঠানৰ অন্তত প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয়, ‘UPA চৰকাৰৰ দিনত ৫ বছৰ ধৰি মই কোনো সন্মান নাপালো। ইয়াৰ পিছত মই নিৰাশ হৈ গ’লো। কিয়নো বিজেপি চৰকাৰে আমাক একো নিদিয়ে। কিন্তু আপুনি মোৰ ধাৰণাক ভুল প্ৰমাণিত কৰিলে। আপুনি মোক এই সন্মানৰ যোগ্য বুলি ভবাৰ কাৰণে বহুত বহুত ধন্যবাদ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
জীৱনশৈলী

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

April 1, 2026
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ
জীৱনশৈলী

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

April 1, 2026
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

April 1, 2026
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 1, 2026
Next Post
‘নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ

'নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ

ভাতৃৰ সৈতে হতাহতি, খঙত একো নাই হৈ ভগ্নীয়ে গিলিলে মোবাইল! তাৰপিছত…

ভাতৃৰ সৈতে হতাহতি, খঙত একো নাই হৈ ভগ্নীয়ে গিলিলে মোবাইল! তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.