• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধে ৰাশি পৰিবৰ্তন কৰিব! এই মাহতেই তিনি ৰাশিৰ হাতলৈ আহিব ধন, ব্যৱসায়ৰ উন্নতিৰ লগতে চাকৰিৰো পদোন্নতি

3 years ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

43 minutes ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

1 hour ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

2 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

3 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

4 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

5 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

5 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

6 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধে ৰাশি পৰিবৰ্তন কৰিব! এই মাহতেই তিনি ৰাশিৰ হাতলৈ আহিব ধন, ব্যৱসায়ৰ উন্নতিৰ লগতে চাকৰিৰো পদোন্নতি

editor by editor
August 7, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বুধে ৰাশি পৰিবৰ্তন কৰিব! এই মাহতেই তিনি ৰাশিৰ হাতলৈ আহিব ধন, ব্যৱসায়ৰ উন্নতিৰ লগতে চাকৰিৰো পদোন্নতি
0
SHARES
980
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শীঘ্ৰেই কন্যা ৰাশিত প্ৰৱেশ কৰিব বুধে। বৰ্তমান সূৰ্যৰ ৰাশি সিংহত আছে বুধ। ১৭ আগষ্টত বুধ আরু সূৰ্য মিলি তৈয়াৰ কৰিব বুধাদিত্য যোগ। সিংহ ৰাশিত নিজৰ বিচৰণ সম্পন্ন কৰি অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে কন্যা ৰাশিত প্ৰৱেশ কৰিব বুধে। বুধৰ এই ৰাশি পৰিবৰ্তনৰ ফলত তিনি ৰাশিৰ জাতকসকলৰ ভাগ্যোদয় হ’ব। কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি লাভ কৰিব এই ৰাশিৰ জাতকসকলে। বুধৰ ৰাশি পৰিবৰ্তনত কোন কোন ৰাশিৰ বাবে ভাল যোগ তৈয়াৰ হ’ব?

মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকসকলৰ বাবে বুধৰ ৰাশি পৰিবৰ্তন শুভ প্ৰমাণিত হ’ব। কাৰণ বুধে এই ৰাশিৰ চতুৰ্থ স্থানত ভ্ৰমণ কৰিব। ইয়াৰোপৰি লগ্নৰ অধিপতিও হৈছে বুধ। সেই সময়ক মিথুন ৰাশিৰ জাতকসকলৰ ব্যক্তিত্ব উন্নত হ’ব। ইয়াৰোপৰি এই ৰাশিৰ ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ’ব বহুলোক। ইয়াৰোপৰি পাৰিবাৰিক ব্যৱসায় কৰাসকলৰ বাবে এই সময় অনুকূল।
ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা থাকিলে এয়াই উত্তম সময়। এই সময়ত পৈতৃক সম্পত্তিত লাভ কৰিবও পাৰে এই ৰাশিৰ জাতকে। গাড়ী বা সম্পত্তি ক্ৰয় কৰোতে সাৱধান হওক।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকসকলৰ বাবে বুধৰ আগমণ শুভ। কাৰণ বুধে এই ৰাশিত প্ৰৱেশ কৰাৰ লগে লগেই ধন আহিব হাতলৈ। এইসময়ত আপোনাৰ আয় বৃদ্ধি পাব। সিংহ ৰাশিৰ ব্যক্তিৰ চাকৰিত দৰমহা বৃদ্ধিৰ সম্ভাৱনা। ব্যৱসায়ীসকলৰো আৰ্থিক উন্নতি হ’ব। এইসময়ত আপোনাৰ কৰোবাত ফঁচি থকা ধনো উভতাই পাব।

তুলা ৰাশি
বুধৰ ৰাশি পৰিবৰ্তনত তুলা ৰাশিৰ জাতকসকলৰ বাবে অনুকূল প্ৰমাণিত হ’ব। কাৰণ বুধে আপোনাৰ গোচৰ কোষ্ঠীৰ আয়ৰ স্থানেৰে ভ্ৰমম কৰিব। এইসময়ত আয়ৰ নতুন নতুন উৎস প্ৰকাশিত হ’ব। আপোনাৰ জীৱনৰ আৰ্থিক সংকট দূৰ হ’ব। ধন লাভৰো যোগ আছে। সন্তান সংক্ৰান্তীয় সুখবৰ পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

April 13, 2026
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?
জীৱনশৈলী

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

April 13, 2026
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?
জীৱনশৈলী

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

April 13, 2026
Next Post
ৰাজ্যত বাল্যবিবাহ কৰোৱা স্বামীৰ দৰেই আটক হ’ব বহুবিবাহ কৰোৱা স্বামীও! বহুবিবাহৰ বিৰুদ্ধে নতুন আইন প্রণয়নৰ যো-জা হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰৰ

বহুবিবাহ নকৰাই অন্যৰে মনে মনে সম্পৰ্ক ৰখাতকৈ বিবাহেই শ্ৰেয়! পত্নী বেমাৰী হ’লে প্ৰয়োজনত পৰৱৰ্তী বিবাহ কৰিবই লাগিবঃ শ্বেৰমান আলী আহমেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন