• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃষ ৰাশিকে ধৰি এই ৭ ৰাশিৰ বেংক বেলেন্স বাঢ়িব, ১৮ দিন সাৱধানে থাকিব এই ৰাশিৰ জাতকসকল

বৃষ ৰাশিকে ধৰি এই ৭ ৰাশিৰ বেংক বেলেন্স বাঢ়িব, ১৮ দিন সাৱধানে থাকিব এই ৰাশিৰ জাতকসকল

3 years ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

14 minutes ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

1 hour ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

2 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

3 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

3 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

12 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

13 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

13 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

14 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

14 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

15 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃষ ৰাশিকে ধৰি এই ৭ ৰাশিৰ বেংক বেলেন্স বাঢ়িব, ১৮ দিন সাৱধানে থাকিব এই ৰাশিৰ জাতকসকল

editor by editor
June 7, 2023
in জীৱনশৈলী
0
বৃষ ৰাশিকে ধৰি এই ৭ ৰাশিৰ বেংক বেলেন্স বাঢ়িব, ১৮ দিন সাৱধানে থাকিব এই ৰাশিৰ জাতকসকল
0
SHARES
15.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৭ জুন, আজিয়ে পৰা ৰাশিৰ পৰিবৰ্তন কৰিব বুধে। আজি সন্ধিয়া ৭ বাজি ৪৪ মিনিটত মেষ ৰাশিৰ পৰা যাত্ৰা সামৰি বৃষ ৰাশিত প্ৰৱেশ কৰিব। ২৪ জুন দুপৰীয়া ১২ বাজি ৪১ মিনিট পৰ্যন্ত এই ৰাশিৰ বুধে বিচৰণ কৰিব। তাৰপাছতেই মিথুন ৰাশিত বুধে প্ৰৱেশ কৰিব। বুধক বুদ্ধি, বাণী, ব্যৱসায় আৰু অংকৰ কাৰক গ্ৰহ বুলি কোৱা হয়। ৮৬ দিন পাছত ৰাশি পৰিবৰ্তন কৰিছে বুধে। বুধৰ সলনিৰ লগে লগে সকলো ৰাশিৰ জাতকৰেই এইসমূহ দিশত প্ৰভাৱ পৰিব। বুধৰ পৰিবৰ্তনত আগন্তুক ১৮ দিনত কি কি ৰাশিৰ জাতকৰ পোনপটীয়া প্ৰভাৱ পৰিব?

মেষ ৰাশি
আজিৰে পৰা মেষ ৰাশিৰ জাতক-জাতিকাসকলে নানান অপ্ৰত্যাশিত সুখবৰ লাভ কৰিব। বাকশক্তিৰ জোৰত কঠিন পৰিস্থিতিত সহজে মোকাবিলা কৰিব পাৰিব। এই ৰাশিৰ জাতকসকলৰ আৰ্থিক আৰু সামাজিক স্থিতি মজবুত হ’ব। বহুদিনতেই ধাৰে দিয়া ধনো ঘূৰাই পাব পাৰে। কিন্তু এই সময়ছোৱাত স্বাস্থ্যৰ সমস্যাত ভূগিব পাৰে। বিশেষকৈ চৰ্ম ৰোগ হ’ব পাৰে। সেয়ে সতৰ্ক হোৱাটো নিতান্তই প্ৰয়োজন। ইয়াৰোপৰি হজমৰ সমস্যাতো এই ৰাশিৰ জাতকসকলে ভূগিব পাৰে।

বৃষ ৰাশি
এই সময়ছোৱাত বৃষ ৰাশিতেই বুধে প্ৰৱেশ কৰিব। এইসময়ছোৱাত বৃষ ৰাশিৰ জাতকসকলৰ মানসিক দিশ মজবুত হ’ব। সামাজিক পদোন্নতি হ’ব। নিৰ্বাচন সংক্ৰান্তিয় কোনো সিদ্ধান্ত লোৱাৰ বাবে পৰিস্থিতি অনুকূল। সন্তান সংক্ৰান্তিয় চিন্তা কমিব। নৱদম্পত্তিৰ বাবে সন্তান লাভৰ যোগ। প্ৰেম মজবুত হ’ব। প্ৰেম বিবাহৰ বাবে ভাল সময়। শশুৰৰ ঘৰৰ বিশেষ সাহায্যও লাভ কৰিব পাৰে।
মিথুন ৰাশি
এই ৰাশিৰ দ্বাদশ স্থান। অৰ্থাৎ ব্যয় বাঢ়িব। যাত্ৰাত লাভাম্বিত হ’ব। মিথুন ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে বিদেশত পঢ়াশুনা কৰিবলৈ যোৱাৰ কথা ভাৱিলে তেওঁলোকৰ বাবে এয়া উৎকৃষ্ট সময়। কাজিয়া, বিবাদ, আইনৰ যুঁজ আদিৰ সমাধান হ’ব। এই সময়ত কাকোৱেই ধাৰলৈ ধন নিদিব। নহ’লে আৰ্থিক লোকচানত পৰিব।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ কৰ্মক্ষেত্ৰ বাঢ়িব। এই সময়ত ডাঙৰ কোনো প্ৰজেক্ট হাতত লোৱাৰ বাবে উৎকৃষ্ট সময়। এই ৰাশীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে খুব ভাল সময়। পৰিয়ালৰ জ্যেষ্ঠ লোকৰ সাহায্যও লাভ কৰিব।

সিংহ ৰাশি
এই ৰাশিৰ জাতকসকলৰ ব্যৱসায়ত উন্নতি ঘটিব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। মাটি-সম্পত্তিৰ মামলাত সমাধান পাব। গাড়ী, ঘৰ কিনাৰ পৰিকল্পনাত সফল হ’ব। প্ৰত্যাশিত কাম সমাধা হ’ব। কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰী বিভাগত কোনো টেণ্ডাৰৰ আৱেদন কৰাৰ ইচ্ছা থাকিলে এই সময়েই উত্তম সময়।

কন্যা ৰাশি
কন্যা ৰাশিৰ নৱম স্থানত বুধে আপোনাৰ ভাগ্যোন্নতি ঘটাব। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ বাঢ়িব। ধৰ্মীয় ট্ৰাষ্ট, অনাথ আশ্ৰমত দান দক্ষিণা কৰিলে মংগল হ’ব। পৰাক্ৰমৰ জোৰত কঠিন পৰিস্থিতি নিয়ন্ত্ৰণত আনিব পাৰিব। আপোনাৰ কামত অন্যৰ প্ৰশংসা পাব।

তুলা ৰাশি
এই সময়ত তুলা ৰাশিৰ জাতকসকলৰ বাবে বিশেষ ভাল দিন নহয়। আপুনি কৰ্মক্ষেত্ৰত ষড়যন্ত্ৰৰ চিকাৰ হ’ব পাৰে। শৰীৰ ভালে নাযাব। এই সময়ত কোনো সিদ্ধান্ত লোৱাৰ আগতেই সাৱধান হওক। আৱেগতেই কোনো কাম কৰি নেপেলাব। কিন্তু এইসমূহৰ মাজতেই আপোনাৰ আৰ্থিক পৰিস্থিতি ভাল হ’ব। ঋণৰ ধনো ঘূৰাই পাব পাৰে। নিজৰ পৰিকল্পনা গোপনে ৰাখিবলৈ যত্ন কৰিব।

বৃশ্চিক ৰাশি
জ্যোতিষ গণনা অনুসৰি বৃশ্চিক ৰাশিৰ দাম্পত্য স্থানত বুধে বিচৰণ কৰিব। এইসময়ত নতুন কাম আৰম্ভ কৰিলে বাধাৰ সন্মুখীন হ’ব। বাধাৰ মাজতো কিন্তু সফলতা আহিবই। দাম্পত্য জীৱনত মধুৰতা থাকিব। অবিবাহিত জাতকসকলৰ বিয়াৰ যো জা চলিব। প্ৰেম বিবাহৰ যোগ।

ধনু ৰাশি
এই ৰাশিৰ চতুৰ্থ স্থানত বুধে প্ৰৱেশ কৰিব। এই সময়ত ধনু ৰাশিৰ জাতকসকলৰ গোপন শত্ৰু বাঢ়িব। এই সময়ত আপোনাৰ সৰু কৰাৰ বাবে কোনোৱে ষড়যন্ত্ৰ কৰিব পাৰে। কাজিয়া, বিবাদ আদি এৰাই চলক। আইন আদালতৰ পৰা আঁতৰি থকাটোৱেই মংগল। পেটৰ ৰোগত ভূগিব পাৰে। এই সময়ত যাত্ৰা কৰিলে লাভাম্বিত হ’ব। বিদেশী কোম্পানীত চাকৰি লাভ কৰিব পাৰে।

মকৰ ৰাশি
এই সময়ছোৱাত পৰীক্ষা আৰু প্ৰতিযোগীতাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে সুফল পাব। আকাংশিত সাফল্য লাভ কৰিব। আয়ৰ উৎস বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময়। প্ৰেমৰ সম্পৰ্ক মজবুত হ’ব। বিবাহৰ বাবে অনুকূল সময়।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ চতুৰ্থ স্থানত প্ৰৱেশ কৰিব বুধে। এই সময়ত সাধাৰণ ফলাফল উন্নত। মাটি সম্পত্তি সংক্ৰান্তিয় মামলাত সমাধান লাভ কৰিব। এই ৰাশিৰ জাতকসকলে গাড়ী কিনিব বিচাৰিলে তেওঁলোকৰ বাবে অনুকূল সময়। বন্ধু আৰু আত্মীয়ৰ পৰা সু সংবাদ পাব পাৰে। চৰকাৰী বিভাগত প্ৰত্যাশিত কাম সম্পন্ন হ’ব।

মীন ৰাশি
এই ৰাশিৰ জাতকসকলৰ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব। পৰিয়ালৰ শুভ অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ লাভ কৰিব। নতুন কোনো ব্যক্তিৰ সৈতে সাক্ষাৎ লাভ কৰিব। আপোনাৰ মান মৰ্যাদা বাঢ়িব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
মনীষ চিছোডিয়াৰ কথা কৈ কান্দি উঠিল কেজৰিৱাল, ইমান দিন জে’লত কিয় ৰখা হৈছে ক’লে কেজৰিৱালে

মনীষ চিছোডিয়াৰ কথা কৈ কান্দি উঠিল কেজৰিৱাল, ইমান দিন জে’লত কিয় ৰখা হৈছে ক’লে কেজৰিৱালে

১৬ হাজাৰৰো অধিক হাৰ্টৰ ৰোগীক সুস্থ কৰি নিজেই হাৰ্টএটেকত হেৰাই গ’ল চিকিৎসক গৌৰৱ…

১৬ হাজাৰৰো অধিক হাৰ্টৰ ৰোগীক সুস্থ কৰি নিজেই হাৰ্টএটেকত হেৰাই গ’ল চিকিৎসক গৌৰৱ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.