বোকাখাতৰ দুসুঁতিমুখৰ দলং এক প্ৰহসন। আজিও সম্পূৰ্ণ নহ’ল ৪ বছৰ পূৰ্বেই মন্ত্ৰী অতুল বৰাই আধাৰশিলা স্থাপন কৰা দলংখন। ঠিকাদাৰ বকুল ডেকা মন্ত্ৰী অতুল বৰাৰ ঘনিষ্ঠ। দলং সম্পূৰ্ণ নোহোৱাত বাৰিষাক লৈ চিন্তিত স্থানীয় লোক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ