• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভালখবৰ, চন্দ্ৰযান-৩ য়ে সফলভাৱে প্ৰৱেশ কৰিলে পৃথিৱীৰ ৪ৰ্থ কক্ষপথত, কেতিয়া চন্দ্ৰৰ কক্ষপথ পাবগৈ চন্দ্ৰযান-৩?

ভালখবৰ, চন্দ্ৰযান-৩ য়ে সফলভাৱে প্ৰৱেশ কৰিলে পৃথিৱীৰ ৪ৰ্থ কক্ষপথত, কেতিয়া চন্দ্ৰৰ কক্ষপথ পাবগৈ চন্দ্ৰযান-৩?

3 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

52 minutes ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

1 hour ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

2 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

3 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

4 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

4 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

6 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

7 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

8 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

ভালখবৰ, চন্দ্ৰযান-৩ য়ে সফলভাৱে প্ৰৱেশ কৰিলে পৃথিৱীৰ ৪ৰ্থ কক্ষপথত, কেতিয়া চন্দ্ৰৰ কক্ষপথ পাবগৈ চন্দ্ৰযান-৩?

editor by editor
July 20, 2023
in বিজ্ঞান, ভাৰত
0
ভালখবৰ, চন্দ্ৰযান-৩ য়ে সফলভাৱে প্ৰৱেশ কৰিলে পৃথিৱীৰ ৪ৰ্থ কক্ষপথত, কেতিয়া চন্দ্ৰৰ কক্ষপথ পাবগৈ চন্দ্ৰযান-৩?
0
SHARES
729
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সফলভাৱে চন্দ্ৰৰ দিশে আগবাঢ়িছে চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ য়ে পৃথিৱীৰ তৃতীয়টো কক্ষপথ সফলভাৱে প্ৰদক্ষিণ কৰি ৪ৰ্থ কক্ষপথত প্ৰৱেশ কৰিছে। ২০ জুলাইৰ দুপৰীয়া প্ৰায় ২ৰ পৰা ৩ বজাৰ ভিতৰত পৃথিৱীৰ চতুৰ্থটো কক্ষপথত প্ৰৱেশ কৰিছে চন্দ্ৰযান-৩য়ে। আন্তৰ্জাতিক চন্দ্ৰ দিৱসৰ দিনাই এই তথ্য প্ৰকাশ কৰিছে ইছৰোৱে।

কি কৈছে ইছৰোৰ তৰফৰ পৰা?
মহাকাশ গৱেষণা সংস্থা ইছৰোৱে জনোৱা অনুসৰি পৃথিৱীৰ চতুৰ্থ কক্ষপথত সফলভাৱে প্ৰৱেশ কৰিছে চন্দ্ৰযান-৩। ফলত স্বাভাৱিকভাৱেই চন্দ্ৰৰ আৰু কাষ পাইছেগৈ চন্দ্ৰযানঃ৩। আগন্তুক ২৫ জুলাইত পৃথিৱীৰ পঞ্চমটো কক্ষপথত ভৰি দিব চন্দ্ৰযান-৩য়ে। এই এটা ঢাপ পাৰ হ’বলৈকে সময় লাগিব প্ৰায়ল ৪দিন। উল্লেখ্য যে ১৪ জুলাইত শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা LVM3-M4 ৰকেটত উঠি চন্দ্ৰলৈ যাত্ৰা কৰিছে চন্দ্ৰযান-৩য়ে। উৎক্ষেপণৰ ১৭মিনিটৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত ভৰি দিয়ে চন্দ্ৰযান-৩য়ে। চন্দ্ৰযান-৩ অভিযানৰ দায়িত্বত থকা ডাইৰেক্টৰ পি ভিৰামুথুভেলে এই সন্দৰ্ভত কয়, ‘ISRO য়ে চন্দ্ৰযান-৩ ৰ প্ৰতিটো মুহূৰ্ততেই নজৰ ৰাখিছে।’

কেতিয়া চন্দ্ৰৰ কক্ষপথত ভৰি দিব চন্দ্ৰযান-৩য়ে?
আগন্তুক ৫ ৰ পৰা ৬ আগষ্টত চন্দ্ৰৰ কক্ষপথত ভৰি দিব চন্দ্ৰযান-৩য়ে। ২৩ আগষ্টত চন্দ্ৰযান-৩য়ে লেণ্ডিং কৰিব চন্দ্ৰপৃষ্ঠত। চন্দ্ৰপৃষ্ঠত সোমোৱাৰ লগে লগেই বাহিৰলৈ ওলাই আহিব ৰোভাৰ। চন্দ্ৰৰ পোহৰ নাপালে কিন্তু চন্দ্ৰপৃষ্ঠত নামিব নোৱাৰিব চন্দ্ৰযান-৩। ২৩-২৪ তাৰিখে চন্দ্ৰত অৱতৰণ কাৰ পাছতেই চন্দ্ৰযান-৩য়ে পৃথিৱীলৈ পঠিয়াব ছবি। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব ইছৰোৱে পঠোৱা যানখনে। ইয়াৰ পূৰ্বে ২০১৯ চনতো চন্দ্ৰযান-২ চন্দ্ৰলৈ পঠিয়াইছিল বিজ্ঞানীৰ দলটোৱে। কিন্তু সেইবাৰ সফল হ’ব নোৱাৰিলে বিজ্ঞানীৰ দলটো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
Next Post
‘খেলতকৈ ধৰ্মৰ স্থান সদায়ে আগত, ইছলাম ধৰ্ম মানি বাকী জীৱন কটাব খোজো!’ ১৮ বছৰতেই ক্ৰিকেটক বিদায় দিলে পাকিস্তানৰ মহিলা ক্ৰিকেটাৰে

'খেলতকৈ ধৰ্মৰ স্থান সদায়ে আগত, ইছলাম ধৰ্ম মানি বাকী জীৱন কটাব খোজো!’ ১৮ বছৰতেই ক্ৰিকেটক বিদায় দিলে পাকিস্তানৰ মহিলা ক্ৰিকেটাৰে

ভয়াৱহ ভূমিস্খলন! ১৩গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে এতিয়াও সন্ধানহীন শতাধিক লোক

ভয়াৱহ ভূমিস্খলন! ১৩গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে এতিয়াও সন্ধানহীন শতাধিক লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.