অসম লাইভ ২৪ঃ শীঘ্ৰে আৰম্ভ হ’ব মহাকাশ পর্যটন। প্ৰথম বাৰৰ বাবে যাত্ৰী লৈ উৰা মাৰিব ‘ভার্জিন গেলাকটিকে’ নামৰ যান। এই যানেৰে যাত্ৰা কৰিবলৈ ওলাইছে নামী-দামী চেলিব্ৰেটিৰ এটি দল। জনপ্ৰিয় মহাতাৰকা জাষ্টিন বিবাৰ আৰু লিঅ’নার্ড ডিকাপৰিওকে ধৰি ৬০০ লোকে ইতিমধ্যে এই যাত্ৰাৰ বাবে আগধন বঢ়াইছে। ছাৰ ৰিছার্ড বার্চনচ কোম্পানীয়ে ২০২১ চনত এই যাত্ৰাৰ শুভাৰম্ভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ