• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ষ্টাফ নাৰ্ছ নিযুক্তিৰ সাক্ষাৎকাৰ স্থগিত ৰখাৰ দাবী

ষ্টাফ নাৰ্ছ নিযুক্তিৰ সাক্ষাৎকাৰ স্থগিত ৰখাৰ দাবী

6 years ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

8 hours ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

10 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

10 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

2 days ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

2 days ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

2 days ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ষ্টাফ নাৰ্ছ নিযুক্তিৰ সাক্ষাৎকাৰ স্থগিত ৰখাৰ দাবী

সাক্ষাৎকাৰ অনুষ্ঠিত হ’লেই বঞ্চিত হ’ব NHMৰ নাৰ্ছ

editor by editor
July 12, 2020
in অসম, ক'ভিড-১৯, নিয়োগ
0
ষ্টাফ নাৰ্ছ নিযুক্তিৰ সাক্ষাৎকাৰ স্থগিত ৰখাৰ দাবী
762
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনা মহামাৰীৰ মাজতে স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰিব খোজা লখিমপুৰ মেডিকেল কলেজৰ ষ্টাফ নাৰ্ছৰ সাক্ষাৎকাৰ স্থগিত ৰখাৰ দাবী জনাইছে সদৌ অসম নাৰ্ছ সন্থাই। সন্থাৰ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই ক’ভিড-১৯ৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাময়িকভাৱে সাক্ষাৎকাৰ স্থগিত ৰখাৰ লগতে জ্যেষ্ঠতাৰ ভিত্তিত বিভাগীয় ৱেবছাইটৰ যোগেদি নিযুক্তি প্ৰদানৰ দাবী জনায়। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত দিহিঙীয়াই সাম্প্ৰতিক পৰিস্থিতিত এই সাক্ষাৎকাৰ অনুষ্ঠিত কৰাটো মুঠেও সমীচীন নহয় বুলি মন্তব্য কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত NHMত সেৱা আগবঢ়াই যোৱা সৰহসংখ্যক নাৰ্ছে ষ্টাফ নাৰ্ছৰ পদত আৱেদন জনাইছিল। NHMৰ এই নাৰ্ছসকল এনে সময়ত সাক্ষাৎকাৰ অনুষ্ঠিত কৰিলে বঞ্চিত হোৱাৰ শংকা প্ৰকাশ কৰে সন্থাৰ সম্পাদিকাগৰাকীয়ে।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা নিয়োগ জাননী

উল্লেখ্য যে ক’ৰোনা মহামাৰীৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে ইতিমধ্যে সকলো স্বাস্থ্যকৰ্মীৰ ১০০ শতাংশ উপস্থিতি নিশ্চিত কৰাৰ লগতে কৰ্তব্য সম্পাদন কৰি যোৱাৰ নিৰ্দেশ জাৰি কৰি থৈছে। তদুপৰি স্বাস্থ্যজনিত আৰু প্ৰসূতিকালীন ছুটীৰ বাবে আন সকলো ছুটী বন্ধ কৰি ৰাখিছে। তদুপৰি NHMৰ নাৰ্ছসকল ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ লগত জড়িত হৈ থকাৰ সমান্তৰালকৈ বিভিন্ন ঠাইৰ কোৱাৰেণ্টীন চেণ্টাৰসমূহতো কৰ্তব্য আগবঢ়াই আছে। সেয়ে ১৪ জুলাইৰ পৰা ২১ জুলাইলৈকে চলিবলগীয়া সাক্ষাৎকাৰৰ বাবে NHMৰ নাৰ্ছসকলে ছুটী নোপোৱাটো খাটাং। এনে পৰিপ্ৰেক্ষিতত এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা দেখদেখকৈ NHMৰ নাৰ্ছসকল বঞ্চিত হ’ব বুলি গুৰুতৰ অভিযোগ আনে সদৌ অসম নাৰ্ছ সন্থাই। একেটা বিবৃতিত সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই বিভিন্ন জিলাত চলি থকা লকডাউনৰ প্ৰসংগ উত্থাপন কৰি ক’ৰোনাৰ হটস্পটৰূপে স্বীকৃত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰত বৃহৎসংখ্যক প্ৰাৰ্থী সমবেত হ’লে ক’ৰোনা বিয়পাৰ সন্দেহো ব্যক্ত কৰে। সন্থাই সজোৰে দাবী কৰে জ্যেষ্ঠতাৰ ভিত্তিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে আৱেদন জনোৱাসকলক ৱেবছাইটযোগে নিযুক্তি দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: all assam nurse associationasom live 24assam live 24axom live 24director of medical education assamjunu chutia dihingialakhimpur medical college
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
সৰ্বত্ৰ অখিলৰ মুক্তিৰ দাবী

সৰ্বত্ৰ অখিলৰ মুক্তিৰ দাবী

উজনি-নামনি বানৰ কৱলত

উজনি-নামনি বানৰ কৱলত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.