সমস্যাবহুল বিহপুৰীয়া সমষ্টি সন্দর্ভত ক’বলৈ ইছ্যু নাই বিজেপিৰ প্ৰার্থীৰ হাতত। সংবাদমেল দিবলৈ মাতি অমিয় ভূঞাই অপদস্থ কৰিলে সাংবাদিকক। সমষ্টিৰ ঠায়ে ঠায়ে অমিয় ভূঞাই খেদা খাইছে।