• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংসদ হৈ লোকসভা চৌহদলৈ ৰাহুল! লোকসভাৰ অধ্যক্ষই সাংসদ পদ উভতাই দিলে ৰাহুল গান্ধীক

সাংসদ হৈ লোকসভা চৌহদলৈ ৰাহুল! লোকসভাৰ অধ্যক্ষই সাংসদ পদ উভতাই দিলে ৰাহুল গান্ধীক

3 years ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

1 minute ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

28 minutes ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

49 minutes ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

1 hour ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

2 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

3 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

3 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

4 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাংসদ হৈ লোকসভা চৌহদলৈ ৰাহুল! লোকসভাৰ অধ্যক্ষই সাংসদ পদ উভতাই দিলে ৰাহুল গান্ধীক

editor by editor
August 7, 2023
in ভাৰত, ৰাজনীতি
0
সাংসদ হৈ লোকসভা চৌহদলৈ ৰাহুল! লোকসভাৰ অধ্যক্ষই সাংসদ পদ উভতাই দিলে ৰাহুল গান্ধীক
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সৰ্বোচ্চ ন্যায়ালয়ে শাস্তি স্থগিত ৰখাৰ পাছতেই সোমবাৰে পুৱাই আহিল ভালখবৰটো। ৰাহুল গান্ধীয়ে উভতাই পালে সাংসদ পদ। উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ শাস্তি স্থগিত ৰখাৰ শুনানি দিয়াৰ ৪৮ ঘণ্টা পাছতেই সাংসদ পদ ঘূৰাই দিয়া হ’ল ৰাহুল গান্ধীক। লোকসভাৰ স্পিকাৰ ওম বিড়ালাই এই নিৰ্দেশনা প্ৰকাশ কৰিছে। লোকসভাৰ অধ্যক্ষৰ কাৰ্যালয়ৰ পৰা সোমবাৰে পুৱাই ৰাহুললৈ প্ৰেৰণ কৰা হৈছে পত্ৰ। সোমবাৰে এই নিৰ্দেশনা দিয়াৰ পাছতেই মঙলবাৰে সংসদত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে যি অনাস্তা প্ৰস্তাৱ আনিবলৈ আগবাঢ়িছে বিজেপি। সেই কাৰ্যসূচীতেই যোগ দিব পাৰে ৰাহুলেও। কংগ্ৰেছৰ সূত্ৰৰ খবৰ অনুসৰি সোমবাৰে দুপৰীয়া ১২ বজাত লোকসভাত উপস্থিত হৈছে ৰাহুল গান্ধী।

মোদী উপাধীক অৱমাননা কৰাৰ অপৰাধত ৰাহুলক মাৰ্চ মাহত দোষী সাব্যস্ত কৰা হৈছিল ৰাহুলক। চুৰাটৰ আদালতে এই শাস্তি বিহিছিল ৰাহুলক। দুবছৰ কাৰাদণ্ডও দিছিল চুৰাট মেজিষ্ট্ৰেট আদালতে। চুৰাট মেজিষ্ট্ৰেট আদালতৰ ন্যায়াধীশগৰাকী এসময়ত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰো অধিবক্তা আছিল। তেঁৱেই ৰাহুলক এই শাস্তি বিহিছিল। কাৰাবাসৰ শাস্তি ঘোষণা কৰাৰ পাছতেই ৰাহুলে হেৰুৱাই সাংসদ পদ। জনপ্ৰতিনিধিত্ব আইনৰ ৮(১) ধাৰা অনুসৰি কোনো অপৰাধত দোষী সাব্যস্ত হ’লে সাংসদ-বিধায়কে দুবছৰ বা তাতকৈকো বেছি কাৰাদণ্ড বিহিলে তৎক্ষণাত তেওঁক সাংসদ বা বিধায়ক পদৰ পৰা আঁতৰাই দিয়া হয়। এই শাস্তিৰ বাবেই আগন্তুক লোকসভা নিৰ্বাচনতো ৰাহুল প্ৰাৰ্থী হ’ব নোৱাৰাটো খাটাং হৈ পৰিছিল। কিন্তু শুকুৰবাৰে ৰাহুলৰ সেই শাস্তিৰ নিৰ্দেশত স্থগিতাদেশ আনিছে সৰ্বোচ্চ ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই ৰাহুলৰ সাংসদ ওভটাই দিয়া হৈছে।

শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে দিয়া স্থগিতাদেশৰ পাছতেই সাংসদ পদ ঘূৰাই দিয়া হৈছে ৰাহুলক। কংগ্ৰেছে সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাছতেই লোকসভাৰ অধ্যক্ষলৈ আৰ্জি দিছিল। কংগ্ৰেছ নেতা কেচি বেণুগোপালে এই সন্দৰ্ভত কৈছিল, ‘যেনেকৈ তাৎক্ষণিকভাৱে ৰাহুলৰ পৰা সাংসদ পদ কাঢ়ি লোৱা হৈছিল তেনেকৈ তাৎক্ষণিকভাৱে ৰাহুলৰ সাংসদ পদ উভতাই দিয়ক অধ্যক্ষই।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
Next Post
বুধে ৰাশি পৰিবৰ্তন কৰিব! এই মাহতেই তিনি ৰাশিৰ হাতলৈ আহিব ধন, ব্যৱসায়ৰ উন্নতিৰ লগতে চাকৰিৰো পদোন্নতি

বুধে ৰাশি পৰিবৰ্তন কৰিব! এই মাহতেই তিনি ৰাশিৰ হাতলৈ আহিব ধন, ব্যৱসায়ৰ উন্নতিৰ লগতে চাকৰিৰো পদোন্নতি

ৰাজ্যত বাল্যবিবাহ কৰোৱা স্বামীৰ দৰেই আটক হ’ব বহুবিবাহ কৰোৱা স্বামীও! বহুবিবাহৰ বিৰুদ্ধে নতুন আইন প্রণয়নৰ যো-জা হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰৰ

ৰাজ্যত বাল্যবিবাহ কৰোৱা স্বামীৰ দৰেই আটক হ’ব বহুবিবাহ কৰোৱা স্বামীও! বহুবিবাহৰ বিৰুদ্ধে নতুন আইন প্রণয়নৰ যো-জা হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.