অসম লাইভ ২৪ঃ দেশৰ বিভিন্ন স্থানত ৰে’লৰ খুন্দাত বহু হাতীৰ মৃত্যু হৈছে। দুৰ্ভাগ্যজনকভাৱে এনে ঘটনা ঘটিয়েই থাকে। পিছে এইবাৰ হাতীৰ খুন্দাতহে বাগৰিল ৰে’ল। লাইনচ্যুত হ’ল পুৰী-ছুৰাট এক্সপ্ৰেছ। ওড়িশাত সংঘটিত হৈছে এই ঘটনা। হাতীবাৰী আৰু মানেশ্বৰ ৰে’ল ষ্টেচনৰ মাজত নিশা ২ বজাত পুৰী-ছুৰাট এক্সপ্ৰেছত হাতীয়ে খুন্দিওৱাৰ ফলত ৰে’লখন লাইনচ্যুত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ