সততে বিতৰ্কত থকা সত্যৰঞ্জন বৰাই হিন্দু সন্দৰ্ভত কি ক'লে? কিয় টিলিঙা বজোৱা মানেই বামুণ নহয় বুলিলে বৰাই? এনে বহু কথাই প্ৰকাশ কৰিলে 'অসম লাইভ ২৪'ৰে হোৱা একা সাক্ষাৎকাৰত।