‘অসম লাইভ ২৪’ৰ সাংবাদিকৰে হোৱা এক বিশেষ সাক্ষাৎকাৰত বহু কথাই ক’লে প্ৰদেশ কংগ্ৰেছ দলৰ সম্পাদক পাৰ্থপ্ৰতিম বৰাই। ২০২১ত মিত্ৰজোঁটৰ চৰকাৰ।