• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬দলৰ এক সিদ্ধান্ত, বিদায় বিজেপি, বিদায় মোদীৰাজ! সফল হ’বনে মহাঁজোটবন্ধনৰ বৈঠক?

২৬দলৰ এক সিদ্ধান্ত, বিদায় বিজেপি, বিদায় মোদীৰাজ! সফল হ’বনে মহাঁজোটবন্ধনৰ বৈঠক?

3 years ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

20 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

57 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

2 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২৬দলৰ এক সিদ্ধান্ত, বিদায় বিজেপি, বিদায় মোদীৰাজ! সফল হ’বনে মহাঁজোটবন্ধনৰ বৈঠক?

editor by editor
July 18, 2023
in ভাৰত, ৰাজনীতি
0
২৬দলৰ এক সিদ্ধান্ত, বিদায় বিজেপি, বিদায় মোদীৰাজ! সফল হ’বনে মহাঁজোটবন্ধনৰ বৈঠক?
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাংগালুৰুৰ হোটেলত ২৬টা বিৰোধী দলক লৈ মহাজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত আছে ছোনীয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জূন খড়্গে, মমতা বেনাৰ্জী, লালুপ্ৰসাদ যাদৱ, নীতিশ কুমাৰ, শাৰদ পাৱাৰৰ দৰে প্ৰথমশাৰীৰ বিৰোধী নেতৃত্ব। বাংগালুৰুৰ হোটেলত আজি ১২ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় দিনাৰ বৈঠক। বৈঠকৰ শেষত সাংবাদিকক সম্বোধন কৰাৰো সম্ভাৱনা আছে।

এই বৈঠকেই ২৬টা বিৰোধী দলে কেনেকৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব এই বিষয়টোক লৈ আলোচনা চলোৱাৰ ওপৰিও কোন দলে কৰ পৰা প্ৰাৰ্থীত্ব দিব সেই বিষয়টোক লৈয়ো আলোচনা কৰিব। সোমবাৰে নৈশভোজত উপস্থিত নাছিল এনচিপিৰ প্রধান শাৰদ পাৱাৰ। সকলোৱে বিষয়টোক লৈ আলোচনাও কৰিছিল কিয় শাৰদ পাৱাৰ নাহিল? কিন্তু মঙলবাৰে পুৱাৰ ভাগতেই বিশেষ বিমানযোগে শাৰদ পাৱাৰ উপস্থিত হৈছে বাংগালুৰু বিমানবন্দৰত। তেওঁক স্বাগতম জনাবলৈ বিমানবন্দৰত উপস্থিত হয় কৰ্ণাটকৰ মন্ত্ৰী এম বি পাটিল আৰু লক্ষ্মী হেব্বালকৰ। ইয়াৰপাছতেই তেওঁ অংশগ্ৰহণ কৰিছে ২৬দলীয় বিৰোধী মহাঁজোটৰ বৈঠকত।

আজিৰ বৈঠকত আলোচনাৰ প্রধান বিষয়েই হৈছে বিজেপিৰ বিৰুদ্ধে যুঁজাৰ ৰণকৌশল তৈয়াৰ কৰা। বৈঠকত দুইৰ পৰা তিনিটা বিশেষ সমিতিও গঠন কৰিব পাৰে। নিয়মিতভাৱে ২৬টা দলৰ শীৰ্ষনেতাই বৈঠকত বহা সম্ভৱ নহয় সেয়ে বিশেষ সমিতি গঠন কৰা হ’ব যিয়ে সমূহ বিষয় তদাৰক কৰিব। ৰাজ্যস্তৰত আসনৰ বুজাবুজিক লৈ এটা বিশেষ সমিতি গঠন হ’ব পাৰে। এই বৈঠকত কি সিদ্ধান্তত উপনীত হ’ব বিৰোধী সেয়া আজি আবেলিৰ ভাগতহে স্পষ্ট হ’ব যদিও বিৰোধীৰ বৈঠকক লৈ শাসক দলৰ এজনৰ পাছত আনজন নেতাই মন্তব্য কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা
ভাৰত

Exit Poll ৰ ক্ষেত্ৰত সাৱধান! নিৰ্বাচন আয়োগে জাৰি কৰিছে কঠোৰ নিষেধাজ্ঞা

April 2, 2026
HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ
জীৱনশৈলী

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

April 2, 2026
সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা
জীৱনশৈলী

সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা

April 2, 2026
Next Post
মাত্ৰ ৩৫পইচাত লাভ কৰিব ১০ লাখ টকা! ৰে’লৰ এই সুবিধাৰ বিষয়ে আজিয়েই জানি লওক

মাত্ৰ ৩৫পইচাত লাভ কৰিব ১০ লাখ টকা! ৰে’লৰ এই সুবিধাৰ বিষয়ে আজিয়েই জানি লওক

শক্তি প্ৰদৰ্শনেই ’২৪ৰ নিৰ্বাচনৰ প্ৰধান ৰণনীতি নেকি? ৩৮টা দলক লগত লৈ দিল্লীত বিশেষ বৈঠক NDAৰ

শক্তি প্ৰদৰ্শনেই ’২৪ৰ নিৰ্বাচনৰ প্ৰধান ৰণনীতি নেকি? ৩৮টা দলক লগত লৈ দিল্লীত বিশেষ বৈঠক NDAৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.