• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰ পাছত এই বিৰল সংযোগ, ৪ৰাশিৰ ভাগ্য সলনি কৰিব শিৱ আৰু শনিয়ে

৩০ বছৰ পাছত এই বিৰল সংযোগ, ৪ৰাশিৰ ভাগ্য সলনি কৰিব শিৱ আৰু শনিয়ে

3 years ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

23 minutes ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

44 minutes ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

1 hour ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

2 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

2 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

4 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

4 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

5 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

6 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

6 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰ পাছত এই বিৰল সংযোগ, ৪ৰাশিৰ ভাগ্য সলনি কৰিব শিৱ আৰু শনিয়ে

editor by editor
July 26, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৩০ বছৰ পাছত এই বিৰল সংযোগ, ৪ৰাশিৰ ভাগ্য সলনি কৰিব শিৱ আৰু শনিয়ে
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু ধৰ্মত শাওণ মাহৰ বিশেষ মাহাত্ম্য আছে। এই মাহটো শিৱৰ নামৰ সমৰ্পিত। ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওণ মাহত এইবাৰ শুভ যোগ তৈয়াৰ হৈছে। যাৰ বাবে এইবাৰ শাওন মাহৰ গুৰুত্ব বাঢ়িছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি শাওণ মাহত ৩০ বছৰ পাছত এই শুভ যোগ আহিছে। ৩০বছৰ পাছত কুম্ভ ৰাশিত অৱস্থান কৰিছে শনিয়ে। ইয়াৰ পৰাই ত্ৰিকোণ ৰাজযোগ তৈয়াৰ হৈছে। শাওণ মাহত প্ৰায় তিনি দশক পাছত এই বিৰল যোগ পৰিছে। এই বিৰল যোগৰ প্ৰভাৱতেই ভাগ্য উদয় হ’ব ৪ৰাশিৰ। শাওণ মাহত কোন কোন ৰাশিৰ বাবে ভাল খবৰ আহিব?

মেষ ৰাশি

শাওণ মাহত মেষ ৰাশিৰ জাতকসকলৰ বাবে ভাল খবৰ আহিব। এই মাহত ব্যৱসায়ত উন্নতি হ’ব মেষ ৰাশিৰ জাতকসকলৰ। এই যোগৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকসকলৰ মান-সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি পাব। ইয়াৰোপৰি এই ৰাশিৰ জাতকসকলৰ সুখ বৃদ্ধি পাব। এই ৰাশিৰ বিবাহৰ যোগ আছে। ৰৈ যোৱা বহু কামো এইসময়তে সম্পন্ন হ’ব।

মিথুন ৰাশি
জ্যোতিষ শাস্ত্ৰমতে শাওণ মাহত শনিৰ ৰাজযোগত সকলো কামতে সফলতা আহিব। আপোনাৰ দাম্পত্য জীৱন সুখকৰ হ’ব। সন্তান সুখ লাভ কৰিব এই ৰাশিৰ জাতকে। সন্তানৰ উন্নতি হ’ব। আপোনাৰ সমস্ত ইচ্ছা পূৰণ হ’ব। এই মাহতেই অবিবাহিতসকলে বিয়াৰ খবৰ পাব পাৰে।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকসকলৰ বাবে এই সময় অনুকূল। এই সময়ত চাকৰীয়ালৰ পদোন্নতি হ’ব। ইয়াৰোপৰি আপোনাৰ সমস্ত মনোকামনা পূৰণ হ’ব। সুখ আহিব। নতুন কামৰ সূচনা কৰিব পাৰে। আয় বৃদ্ধি সম্ভৱ। দাম্পত্য জীৱন সুখকৰ হ’ব।

বৃশ্চিক ৰাশি
এই ৰাশিৰ জাতকসকলে শাওণ মাহত লাভৱান হ’ব। এই সময়ত স্বাস্থ্যৰ উন্নতি হ’ব। ৰোগৰ পৰা মুক্তি লাভ কৰিব। আৰ্থিক পৰিস্থিতি উন্নত হ’ব। এই ৰাশিৰ জাতকসকলে চাকৰি পৰিবৰ্তনৰ চিন্তা কৰিব পাৰে। এই সময়তেই পদোন্নতি আৰু দৰমহা বৃদ্ধিও হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?
জীৱনশৈলী

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

April 13, 2026
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?
জীৱনশৈলী

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

April 13, 2026
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

April 13, 2026
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
Next Post
AAPৰ সাংসদক কাউৰীৰ আক্ৰমণ! বিজেপিৰ টুইট, ‘ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’

AAPৰ সাংসদক কাউৰীৰ আক্ৰমণ! বিজেপিৰ টুইট, 'ঝুট বৌলে তৌ কাৱা কাটে, আজতক চিৰ্ফ ছুনা থা, আজ দেখ ভি লিয়া কৌৱা নে ঝুঠৌ কৌ কাটা।’

শ্ৰমিকৰ বাবেই এই আইন! দুৰ্ঘটনাত পতিত হ’লে ৪লাখ লৈকে বীমা, ভাৰতক এক কৰিবলৈ কংগ্ৰেছশাসিত ৰাজ্যত ৰাহুলে আনিছে নতুন আইন

শ্ৰমিকৰ বাবেই এই আইন! দুৰ্ঘটনাত পতিত হ’লে ৪লাখ লৈকে বীমা, ভাৰতক এক কৰিবলৈ কংগ্ৰেছশাসিত ৰাজ্যত ৰাহুলে আনিছে নতুন আইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.