• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যসভাত গৃহীত কৃষি বিধেয়ক

ৰাজ্যসভাত গৃহীত কৃষি বিধেয়ক

5 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

7 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

7 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

7 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

7 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

7 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যসভাত গৃহীত কৃষি বিধেয়ক

সংসদীয় ৰীতি নীতি ভংগৰে বিধেয়ক গৃহীতঃ সাংসদ ভূঞা

editor by editor
September 20, 2020
in অসম, ভাৰত, ৰাজনীতি
0
ৰাজ্যসভাত গৃহীত কৃষি বিধেয়ক
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিৰোধীৰ বিৰোধিতা, কৃষকৰ আত্মহত্যা, কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাৎ কৌৰ বাদলৰ পদত্যাগ একোৱেই ৰুধিব নোৱাৰিলে কৃষি বিধেয়কক। লোকসভাৰ পাছত ৰাজ্য সভাত মৌখিক ভোটত গৃহীত হ’ল ফর্মার্ছ প্ৰডিউছ ট্ৰেড এণ্ড কমার্চ (প্ৰমোচন এণ্ড ফেচিলিয়েচন) আৰু ফার্মার্ছ (এমপাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন) এগ্ৰিমেণ্ট অন প্ৰাইচ এণ্ড ফার্ম ছার্ভিচেজ শীর্ষক বিধেয়ক দুখন। ৰাজ্যই ৰাজ্যই হোৱা কৃষকৰ প্ৰতিবাদক সম্পূর্ণ আওকাণ কৰি সংখ্যাৰ অংকৰে দুয়োখন বিধেয়ক দুয়োখন সদনত গৃহীত কৰালে চৰকাৰে। বিধেয়ক গৃহীত হোৱাত যাতে কোনো বাধা আহিব নোৱাৰে তাৰ বাবে বিজেপি সাংসদসকলক সদনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছিল শাসকীয় দলটোৱে। কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৰাজ্যসভাত এই বিধেয়ক উত্থাপন কৰাৰ লগে লগে সৃষ্টি হয় হুলস্থূলীয়া পৰিস্থিতিৰ। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আকালি দল, আম আদমী পার্টীৰ সাংসদসকলে তীব্ৰ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। TMCৰ সাংসদ ডেৰেক অ’ ব্ৰায়ানে সদনৰ ৰুল বুক ফালি পেলায়, ভাঙি পেলায় মাইক। এই হুলস্থূলীয়া পৰিৱেশৰ মাজতে সম্পন্ন হ’ল মৌখিক ভোট। সদনৰ এই বিশৃংখল তথা হৈ-হাল্লাৰ মাজত বিধেয়ক গৃহীত হোৱাত আশ্চর্য প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূ়ঞাই। সাংসদগৰাকীৰ স্পষ্ট অভিযোগ, কৃষকৰ প্ৰতিবাদক আওকাণ কৰি সংসদীয় ৰীতি-নীতি ভংগৰে এই বিধেয়ক ৰাজ্য সভাত গৃহীত কৰা হ’ল। ইয়াৰ উপৰি কৃষি বিধেয়কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ajit kumar bhuyanfarmer billmonsoon parliament
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
কোন আছু নেতা ক’ত হ’ব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী?

কোন আছু নেতা ক’ত হ’ব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী?

‘ধান বেচি ৰাজনৈতিক দল খুলিবলৈ আছুক ৰাইজে পইচা দিয়া নাছিল।’

'ধান বেচি ৰাজনৈতিক দল খুলিবলৈ আছুক ৰাইজে পইচা দিয়া নাছিল।'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.