• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাফেলৰ সৈতে অসমৰ সম্পৰ্ক

ৰাফেলৰ সৈতে অসমৰ সম্পৰ্ক

5 years ago
শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

শনিৰ ৰাশিত শুক্ৰৰ গোচৰ, ধনৰ বৃদ্ধি এই ৪ৰাশিৰ জাতকৰ ওপৰত, বাঢ়িব ৰোমান্সো

6 minutes ago
বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

বছৰৰ প্ৰথমেই মঙ্গলাদিত্য ৰাজযোগ, চাৰি দিনৰ পাছতেই ভাগ্য সলনি হ’ব ৩ৰাশিৰ জাতকৰ

40 minutes ago
ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

1 hour ago
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

2 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

2 days ago
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

2 days ago
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

2 days ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

2 days ago
মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

2 days ago
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, January 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাফেলৰ সৈতে অসমৰ সম্পৰ্ক

ৰাফেলৰ ভাৰতীয় LOGOৰ স্ৰষ্টা অসমৰ যুৱক

editor by editor
July 29, 2020
in প্ৰযুক্তি, ভাৰত
0
ৰাফেলৰ সৈতে অসমৰ সম্পৰ্ক
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাফেলৰ সৈতে আছে অসমৰ সম্পৰ্ক। বুধবাৰে ভাৰতৰ ভূমিত অৱতৰণ কৰা মহা শক্তিশালী যুঁজাৰু বিমান ৰাফেলৰ সৈতে এক বিশেষ সম্পৰ্ক আছে অসমৰ। ৰাফেলৰ ভাৰতীয় প্ৰতীক চিহ্ন অংকন কৰিছে অসমৰ এজন যুৱকে। এই ল’গ’ ডিজাইন কৰিছে সৌৰভ চৌৰাদিয়া নামৰ অসমৰ এজন ডিজাইনাৰে। সৌৰভ চৌৰাদিয়াই তৈয়াৰ কৰা এই ল’গ’ ৰাফেলত ভাৰতীয় প্ৰতীকৰূপে জিলিকি থকাৰ উপৰি সংলগ্ন হ’ব ৰাফেলৰ দায়িত্বত থকা গ’ল্ডেন এৰ’ স্কোৱাডনৰ ইউনিফৰ্মত। উল্লেখ্য, দিল্লীৰ এটা প্ৰতিষ্ঠানত 3D গ্ৰাফিক্স ডিজাইনাৰৰূপে কৰ্মৰত সৌৰভ। ভাৰতীয় বায়ুসেনাই এই দায়িত্ব অৰ্পণ কৰিছিল সৌৰভক। চিৰাঙৰ বাসুগাঁৱৰ বাসিন্দা ২২ বৰ্ষীয় সৌৰভ চৌৰাদিয়া। সৌৰভে সংবাদ মাধ্যমক জনায় যে তেওঁ এই ল’গ’ প্ৰস্তুত কৰি সুখী আৰু গৌৰৱ অনুভৱ কৰিছে। ৰাফেল যুঁজাৰু বিমান আৰু গ’ল্ডেন এৰ’ৰ জোৱানৰ ইউনিৰ্ফমত জিলিকিব হিমালয়ান ঈগলৰ লগত সোণালী কাঁড়যুক্ত ল’গ’। তদুপৰি ৰাফেলৰ বিমানত সংলগ্ন হ’ব সৌৰভে ডিজাইন কৰা ল’গ’ সহিতে জাতীয় পতাকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ
জীৱনশৈলী

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

January 5, 2026
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?
জীৱনশৈলী

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

January 5, 2026
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

January 3, 2026
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

January 3, 2026
Next Post
ক’ৰোনাৰ বাবে সংকটত ভ্ৰাম্যকমাণ থিয়েটাৰ উদ্যোপগ

ক’ৰোনাৰ বাবে সংকটত ভ্ৰাম্যকমাণ থিয়েটাৰ উদ্যোপগ

সুন্দৰীৰ মায়াজাল

সুন্দৰীৰ মায়াজাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.