• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু

বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু

4 years ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

50 minutes ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

1 hour ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

2 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

2 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

3 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

3 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

4 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

17 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

18 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

19 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু

editor by editor
April 13, 2022
in অসম
0
বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ বিষাক্ত কাঠফুলা ভক্ষণ কৰি কে’বাগৰাকীও লোকে কৰুণ মৃত্যুক সাৱতি লৈছে৷ এই কৰুণ ঘটনাটো উজনি অসমত সংঘটিত হৈছে৷

উজনি অসমৰ চৰাইদেউ, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ ১৩ গৰাকীকৈ লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যুক আকোৱালি লৈছে৷ ইয়াৰ মাজত এটি শিশুও আছে৷

ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়াই জানিবলৈ দিয়া মতে যোৱা পাঁচটা দিনত বিষাক্ত কাঠফুলা ভক্ষণ কৰা জিলাকেইখনৰ ৩৫ গৰাকী লোকক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল৷

লগতে পঢ়ক ‘স্থান গ’লে মানো যায়!’ ইমৰাণ খানৰ ১৮ কোটি টকীয়া নেকলেচৰ বিৰুদ্ধে তদন্ত ঘোষণা

অধীক্ষক ডাঃ দিহিঙিয়াই প্ৰকাশ কৰা মতে এই ৩৫ জন ৰোগীৰ মাজৰ এটি শিশুসহ ১৩ লোকে ইতিমধ্যে কৰুণভাৱে মৃত্যুক আকোৱালি লৈছে৷ এজনৰ অৱস্থা এতিয়াও সংকটজনক বুলি প্ৰকাশ কৰিছে অধীক্ষকগৰাকীয়ে৷

অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়াই লগতে কয় যে লোককেইজনে বিষাক্ত কাঠফুলা ভক্ষণ কৰাৰ পিছতে পেটৰ বিষত ভোগাৰ লগতে বমি কৰিবলৈ আৰম্ভ কৰিছিল৷

লগতে পঢ়ক ‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ

ইয়াৰ পিছতে তেওঁলোকক স্থানীয় চিকিৎসালয়সমূহৰ পৰা উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷

উল্লেখ্য যে ৰাজ্যত সঘনাই বিষাক্ত কাঠফুলা ভক্ষণ কৰি লোক অসুস্থ হোৱাৰ লগতে মৃত্যু হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইয়ে থাকে৷ ইয়াৰ পিছতো একমাত্ৰ সচেতনতাৰ অভাৱৰ বাবে এই দুখজনক ঘটনাবোৰ পুনৰাবৃত্তি হৈ থকা পৰিলক্ষিত হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamPoisonous mushroom
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?

ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?

অন্ধ্ৰ প্ৰদেশৰ ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬, আহত ১৩

অন্ধ্ৰ প্ৰদেশৰ ৰাসায়নিক কাৰখানাত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬, আহত ১৩

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.