• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিমাচল প্ৰদেশত নিৰ্বাচন : আপে-এ বিজেপিক দিলে ৪৪০ ভল্টৰ বৈদ্যুতিক আঘাত

হিমাচল প্ৰদেশত নিৰ্বাচন : আপে-এ বিজেপিক দিলে ৪৪০ ভল্টৰ বৈদ্যুতিক আঘাত

4 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

6 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

6 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

7 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

8 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

8 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

10 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

11 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

11 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

12 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

13 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

14 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

হিমাচল প্ৰদেশত নিৰ্বাচন : আপে-এ বিজেপিক দিলে ৪৪০ ভল্টৰ বৈদ্যুতিক আঘাত

editor by editor
April 13, 2022
in ভাৰত, ৰাজনীতি
0
হিমাচল প্ৰদেশত নিৰ্বাচন : আপে-এ বিজেপিক দিলে ৪৪০ ভল্টৰ বৈদ্যুতিক আঘাত
0
SHARES
444
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিয়ে হিমাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে৷ দুয়ো দলে ৰাজ্যখনৰ আগন্তুক বিধানসভাৰ বাবে টঙালি বান্ধি পৰস্পৰে পৰস্পৰৰ প্ৰতি আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে৷

ইয়াৰ মাজতে বুধবাৰে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টিক এক মোক্ষম আঘাত দিছে৷

লগতে পঢ়ক ‘প্ৰটেকচন লৈ ইউক্ৰেনৰ নাৰীক ধৰ্ষণ কৰা’, স্বামীক নিৰ্দেশ ৰুছ সেনাৰ পত্নীৰ

নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ কে’বাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাই আপত যোগদান কৰিছে৷ বুধবাৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ তত্বাৱধায়ক সতেন্দ্ৰ জৈনে ১৮ গৰাকী বিজেপি নেতাক আপত যোগদান কৰায়৷

‘‘হিমাচল প্ৰদেশৰ সকলো নেতাই অৰবিন্দ কেজৰিৱালৰ বিকাশ মডেলৰ প্ৰতি আকৃষ্ট হৈ আপত যোগদান কৰিছে৷ এইটো ভাল লাগিছে যে হিমাচলত দলে নিৰ্বাচন প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰাৰ সময়তে কষ্টসহিষ্ণু বিৰোধী নেতাসকলে আপৰ বিকাশ মডেলৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰিছে৷’’ সত্যেন্দ্ৰ জৈনে সংবাদ মাধ্যমৰ আগত কয়৷

লগতে পঢ়ক উচ্চ শিক্ষাৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ! একেলগে ল’ব পাৰিব উচ্চ শিক্ষাৰ দুটাকৈ ডিগ্ৰী

ইফালে আপৰ নেতা সতেন্দ্ৰ জৈনে দাবী কৰিছে যে হিমাচল প্ৰদেশ বিজেপিৰ প্ৰায় ১০০০ প্ৰভাৱশালী নেতা-কৰ্মীয়ে অতি শীঘ্ৰেই আপ যোগাদন কৰিব৷

বুধবাৰে আপত যোগদান কৰা বিজেপি নেতাসকলৰ ভিতৰত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা ৰাজ্যখনৰ অনুসূচীত জাতি মৰ্চাৰ উপাধ্যক্ষ হৰমল ধিমানো আছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssambjpCM Aravind Kejriwal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
Next Post
বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু

বিষাক্ত কাঠফুলা ভক্ষণ : ৰাজ্যত শিশুসহ ১৩ গৰাকী লোকৰ কৰুণ মৃত্যু

ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?

ৰণবীৰ-আলিয়াৰ বিবাহ : কেই বজাত সম্পন্ন হ’ব হাই প্ৰফাইল এই বিবাহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.