• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু

ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু

4 years ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

45 minutes ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

1 hour ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

2 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

2 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

3 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

3 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

4 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

4 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

5 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

7 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু

editor by editor
July 4, 2022
in ভাৰত
0
ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু
0
SHARES
29.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক শোকাৱহ বাছ দুৰ্ঘটনাই ম্ৰিয়মাণ কৰি তুলিছে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ৷ সোমবাৰে ৰাজ্যখনৰ কুল্লু জিলাৰ চেইঞ্জ উপত্যকাত এই ভয়াৱহ বাছ দুৰ্ঘটনাটো সংঘটিত হৈছে৷

ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে পুৱা ৮ মান বজাত প্ৰায় ৪৫ জন যাত্ৰী কঢ়িয়াই নিয়া চেইঞ্জ অভিমুখী বাছখনে জেংগলা গাঁৱত দুৰ্ঘটনাত পতিত হয়৷ দুৰ্ঘটাটো ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনাগ্ৰস্ত বাছখন ভাঙি চুৰ্চুমৈ হৈ পৰে৷

কুল্লু জিলাৰ উপায়ুক্ত আশুতোষ গাৰ্গে কয় যে চেইঞ্জ অভিমুখী বাছখনে জিলা সদৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বৰ ৱাংগলা গাঁৱত এই ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছে৷

লগতে পঢ়ক হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

জিলা প্ৰশাসনে প্ৰকাশ কৰা মতে দুৰ্ঘটনাটোৰ ফলত ১৬ গৰাকী লোক নিহত হোৱাৰ লগতে কে’বাজনো যাত্ৰী আহত হৈছে৷ নিহত যাত্ৰীসকলৰ ভিতৰত শিক্ষাৰ্থীও আছে বুলি প্ৰকাশ কৰিছে জিলা প্ৰশাসনে৷

উদ্ধাৰকাৰী দলে দুৰ্ঘটনাগ্ৰস্ত বাছখনত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভয়াৱহ বাছ দুৰ্ঘটনাটো অতি হৃদয় বিদাৰক বুলি অভিহিত কৰি নিহত যাত্ৰীসকলৰ শোকসন্তপ্ত পৰিয়ালৰ লোকসকলৈ সমবেদনা জ্ঞাপন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে নিহত যাত্ৰীৰ পৰিয়ালবৰ্গলৈ ২ লাখ টকা আৰু আহতসকলক  ৫০ হাজাৰ টকা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKullu bus accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?
ভাৰত

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

July 11, 2026
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 
অপৰাধ

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?

কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?

অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ

অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.