• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

4 years ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

21 minutes ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

38 minutes ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

1 hour ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

1 hour ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

2 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

3 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

4 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

4 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

6 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা

ৰাজনৈতিক শক্তি বৃদ্ধি কৰিবলৈ তৎপৰ বিজেপি

editor by editor
July 3, 2022
in অসম, ভাৰত, ৰাজনীতি
0
হায়দৰাবাদৰ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ যোৱা ২ জুলাইৰ পৰা দুদিনীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা৷ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বিশেষ সন্মিলনত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জয়প্ৰকাশ নড্ডাসহ আটাইকেইগৰাকী জ্যেষ্ঠ নেতা৷

এই অধিৱেশনতে বিজেপিলৈ বহুকেইটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ৷ সেই মতে আগন্তুক সময়ছোৱাত দেশৰ ৩০ কোটি হিতাধিকাৰীক প্ৰদান কৰা হ’ব চৰকাৰী সা-সুবিধা৷

আগন্তুক ১৮ বছৰত ১০ লাখ লোকক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ বাবেও প্ৰস্তাৱ লৈছে কাৰ্যনিৰ্বাহক সভাই৷ ইফালে, তেলেংগানা চৰকাৰৰ ভূমিকাকো সমালোচনা কৰিছে বিজেপি নেতৃত্বই৷ কিন্তু কিয়?

প্ৰধানমন্ত্ৰীক আদৰণি নজনালে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে। ইফালে, বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত উপস্থিত থাকিবলৈ ২ জুলাইত হায়দৰাবাদত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

কিন্তু নৰেন্দ্ৰ মোদীক তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে বিমান বন্দৰত আদৰণি নজনোৱাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ৷ উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ আগমন হ’লে সংশ্লিষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আদৰণি জনোৱাটো এক সাংবিধানিক পৰম্পৰা৷

কিন্তু এই পৰম্পৰা ভংগ কৰা হ’ল কিয়? প্ৰধানমন্ত্ৰীক তেলেংগানা চৰকাৰে অপমান কৰিলে নেকি? বিজেপিক দম বিৰিয়ানি খোৱাৰ পৰামৰ্শ কিয়? বিজেপিৰ সভাত ‘ইৰাণী টি’ৰ প্ৰসংগ কিয়?

ইফালে, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক উভতি ধৰিছে বিজেপিৰ নেত্ৰী স্মৃতি ইৰাণীয়ে৷ কিন্তু স্মৃতি ইৰাণীয়ে মতপ্ৰকাশ কৰাৰ লগে লগে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ উঠে তেলেংগানা চৰকাৰৰ আন এগৰাকী মন্ত্ৰী কে টি ৰামাৰাও৷

কে টি ৰামাৰাৱে বিজেপিৰ কাৰ্যনিৰ্বাহক সভাক লৈ তিৰ্যক মন্তব্য দিয়ে আৰু হায়দৰাবাদ চহৰৰ হায়দৰাবাদী ‘দম বিৰিয়ানি’ৰ জুতি ল’বলৈ আহ্বান জনায় বিজেপি নেতৃত্বক৷

একে সময়তে তেলেংগানা চৰকাৰৰ মন্ত্ৰী কে টি ৰামাৰাৱে সন্ধিয়াৰ হায়দৰাবাদ চহৰত ইৰাণী চাহৰ মজা ল’বলৈও পৰামৰ্শ দিয়ে বিজেপিৰ নেতৃত্বক৷ হায়দৰাবাদ চহৰত বিজেপি বিৰোধী প’ষ্টাৰ-হৰ্ডিঙো লগাইছে তেলেংগানা চৰকাৰে৷

দক্ষিণ ভাৰতত বিজেপিৰ সাংগঠনিক আৰু ৰাজনৈতিক শক্তি বঢ়াবলৈ গেৰুৱা বাহিনীটোৱে কৌশল ৰচাৰ সময়ত তেলেংগানা চৰকাৰৰ এই ভূমিকাও অধিক লক্ষণীয় হৈ উঠিছে৷

অৱশ্যে আগন্তুক সময়ছোৱাত বিজেপিৰ ৰণকৌশেলেহে নিৰ্ণয় কৰিব দক্ষিণ ভাৰতীয় ৰাজনীতিত হিন্দুত্ববাদৰ প্ৰভাৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assamassam bjpassam congressassam live 24assam policeAssam-GovtAtul Boraaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assambjpcovid 19himanta biswa sharmahoroscope in assameseindiakmssnarendra-modisarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড
ভাৰত

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

July 16, 2026
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?
ভাৰত

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
Next Post
পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

পদত্যাগৰ পাছত উদ্ধৱ থাকৰেৰ সংবাদমেল। মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু

ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.