• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনক মোক্ষম আঘাত ভাৰতৰ! ভিভ’ মোবাইলৰ বাবে চীনে পালে বিশেষ নিৰ্দেশনা

চীনক মোক্ষম আঘাত ভাৰতৰ! ভিভ’ মোবাইলৰ বাবে চীনে পালে বিশেষ নিৰ্দেশনা

2 years ago
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

33 minutes ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

1 hour ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

2 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

2 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

4 hours ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

11 hours ago
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

12 hours ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

13 hours ago
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

13 hours ago
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

14 hours ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চীনক মোক্ষম আঘাত ভাৰতৰ! ভিভ’ মোবাইলৰ বাবে চীনে পালে বিশেষ নিৰ্দেশনা

editor by editor
December 16, 2024
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
চীনক মোক্ষম আঘাত ভাৰতৰ! ভিভ’ মোবাইলৰ বাবে চীনে পালে বিশেষ নিৰ্দেশনা
0
SHARES
297
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনক মোক্ষম আঘাত ভাৰতৰ! ভিভ’ মোবাইলৰ বাবে চীনে পালে বিশেষ নিৰ্দেশনা

ভাৰতৰ ফালৰ পৰা চীনে লাভ কৰিছে মোক্ষম আঘাত। চীনৰ বহুজাতিক কোম্পানী ভিভ’ই এতিয়া ভাৰতৰ অনুমতি লৈহে ভাৰতৰ ভিতৰতে স্মাৰ্টফোন নিৰ্মাণ কৰিব পাৰিব। তাকো অকলে নিৰ্মাণ কৰিব নোৱাৰে।

ভাৰত চৰকাৰৰ নীতিগত হেঁচাত চীনৰ কোম্পানী ভিভ’ই এতিয়া ভাৰতীয় কোম্পানী ডিক্সন টেকন’লজিছৰ সৈতেহে যৌথ উদ্যোগ গঠন কৰি এই মোবাইল নিৰ্মাণ কৰিবলৈ বাধ্য হৈছে। তাকো এই যৌথ উদ্যোগৰ ৫১ শতাংশ শ্বেয়াৰ ডিক্সন টেকন’লজিৰ হাতত থাকিব। ৪৯ শতাংশ শ্বেয়াৰহে ভিভ’ কোম্পানীত থাকিব।

অৰ্থাৎ চীনৰ মোবাইল জায়ান্ট কোম্পানীটোৱে ভাৰতীয় কোম্পানীটোৰ কনিষ্ঠ অংশীদাৰ হিচাপে ভাৰতত স্মাৰ্টফোন উৎপাদন কৰিব। এই খবৰৰ পিছতে এতিয়া ডিক্সন টেকন’লজিছৰ শ্বেয়াৰ পাঁচ শতাংশ ওপৰলৈ উঠিছে।

সোমবাৰে পুৱা বজাৰ মুকলি হোৱাৰ পিছতে ডিক্সন টেকন’লজিছৰ শ্বেয়াৰে অভিলেখ সৃষ্টি কৰি সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছে। বিগত পাঁচ বছৰত ডিক্সনৰ শ্বেয়াৰে ২৪১৬ শতাংশ ৰিটাৰ্ণ দিছে। ১৫ ডিচেম্বৰতেই ডিক্সনে ভিভ’ৰ সৈতে যৌথ উদ্যোগ গঠনৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত বজাৰ খোলাৰ লগে লগে ডিক্সনৰ শ্বেয়াৰ বৃদ্ধি পাবলৈ ধৰে।

এতিয়া ভিভ’ৰ সৈতে অংশীদাৰিত্বই ডিক্সন টেকন’লজিছক স্মাৰ্টফোনৰ বজাৰত অধিক শক্তিশালী স্থান লাভ কৰাত সহায় কৰিব। এই প্ৰস্তাৱিত উদ্যোগটোক লৈ সুখ প্ৰকাশ কৰিছে ভিভ’ ইণ্ডিয়াৰ চিইঅ’ জেৰ’ম চেনে। তেওঁ কয় যে ডিক্সনৰ সৈতে টাৰ্ম শ্বীটত স্বাক্ষৰ কৰা হৈছে। আমি শক্তিৰে ভাৰতীয় এণ্ড্ৰইড বজাৰত প্ৰৱেশ কৰিম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chine MobileIndian PolicyVivoVivo CompanyVivo Mobile
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল
জীৱনশৈলী

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

August 4, 2026
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!
ভাৰত

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

August 4, 2026
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!
জীৱনশৈলী

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

August 4, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
জীৱনশৈলী

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

August 4, 2026
Next Post
ৰাজ্যজুৰি শোকৰ বন্যা, বায়েকক দৰা ঘৰত থৈ নিজে ঘৰ নাপালেগৈ ভাতৃ

ৰাজ্যজুৰি শোকৰ বন্যা, বায়েকক দৰা ঘৰত থৈ নিজে ঘৰ নাপালেগৈ ভাতৃ

অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- ‘অল্লু অৰ্জুনৰ আছে যোগ্যতা’

অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- 'অল্লু অৰ্জুনৰ আছে যোগ্যতা'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.