• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি

কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি

2 years ago
ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

28 minutes ago
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

51 minutes ago
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

1 hour ago
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

2 hours ago
নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

নিশা শোৱাৰ পূৰ্বে বিচনাৰ কাষত নাৰাখিব এই ৫ বিধ বস্তু, নিদ্ৰা হৰিব আপোনাৰ!

4 hours ago
ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

ঘৰৰ মন্দিৰত কিমানটা দেৱ-দেৱীৰ মূৰ্তি ৰখা উচিত? ভুল কৰিলে পাপে চুব আপোনাক!

4 hours ago
সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

সাৱধান! পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ সৈতে বাঢ়িছে ভয়াৱহ ভেঁকুৰ সংক্ৰমণৰ আশংকা

5 hours ago
কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

কাছ আঙুঠি পিন্ধাৰ পূৰ্বে সাৱধান! এটা ভুলে কাঢ়িব পাৰে সকলো

6 hours ago
ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

ধন সঞ্চয়ৰ ক্ষেত্ৰত কোন ৰাশিৰ লোক হ’ব অধিক সাৱধান?

20 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

নৱেম্বৰ মাহত এই ৪ ৰাশিৰ বাবে আহিব সুখবৰ!

20 hours ago
অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

অভিনেত্ৰী শ্যামন্তিকাৰ সৈতে অঘটন, কেনে আছে অভিনেত্ৰীগৰাকী?

20 hours ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি

editor by editor
August 7, 2024 - Updated on August 10, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কালিলৈকে আছিল ৫২ , নিশাটোৰ ভিতৰতে ১.৮ কেজি হ্ৰাস বিনেশৰ, মীৰা বাই ছানুৱেও  ৪ ঘণ্টাত হ্ৰাস কৰিছিল ২ কেজি

কেনে আছে বিনেশ, বৰ্তমানে হাস্পতালত ভৰ্তি। স্বাস্থ্যৰ অৱনতি। কালিতেই জানিছিল ওজন অধিক আছে। বিনেশৰ লগতে গোটেই গ্ৰুপটোৱেই জানিছিল অধিক ওজনৰ কথা। গোটেই নিশাটো চেষ্টা ওজন কমোৱাৰ বাবে চেষ্টা। খাদ্য দুৰৰ কথা, পানীয়ো গ্ৰহণ নকৰে বিনেশে।

কিন্তু সকলো বিফল। বহু চেষ্টা কৰিয়ো ৫২ ৰ পৰা ৫০ হব নোৱাৰে, ১০০ গ্ৰাম অধিক থাকেই বিনেশৰ। যাৰ বাবে সমগ্ৰ দেশবাসীৰ স্বৰ্ণ পদকৰ আশা নিৰ্বাপিত হয়।

এনে এবাৰ ভাৰত্তোলক মীৰা বাই ছানুৰ সৈতেও হৈছিল। সেইবাৰ মীৰা বাইয়ে মাথো ৪ ঘণ্টাৰ ভিতৰতে ২ কেজি হ্ৰাস কৰিছিল। খেলত মীৰা বাইয়ে ৪৮ কেজি শাখাত খেলিব বিচাৰিছিল, পাছে মীৰাৰ ওজন আছিল ৫০। সেয়ে মাথো ৪ ঘণ্টাতে হ্ৰাস কৰিছিল ২ কেজি।

ইয়াৰ বাবে মীৰা বাই ছানুই এঘণ্টা ধৰি স্কিপিং কৰিছিল। যাৰ ফলত অত্যাধিক ঘাম ওলাই ওজন হ্ৰাস পাইছিল।

পাছে ই কেনেকৈ সম্ভৱ , ইমান কম সময়ত ওজন হ্ৰাস কৰাটো। তাকো খেলুৱৈ সকলে বিশেষকৈ কেনেদৰে পাৰে এনেদৰে কম সময়ত ওজন হ্ৰাস কৰিবলৈ।

এই ক্ষেত্ৰত খেলুৱৈ সকলে এক বিশে প্ৰকাৰৰ চ্যুট পৰিধান কৰি ৱৰ্কআউট কৰে। যি সাজ পৰিধান কৰি ৱৰ্কআউট কৰিলে শৰীৰৰ পৰা অত্যাধিক ঘাম বাহিৰ হয়। এইদৰে শৰীৰৰ পৰা ৱাটাৰ ৰিটেন্সন হ্ৰাস কৰি ওজন কমোৱা হয়। ই কেৱল সাময়িক ভাৱে খেলুৱৈ সকলক ওজন জোখাৰ ক্ষেত্ৰত সহায় কৰে। পানী সেৱন কৰিলে ই পুনৰ পূৰ্বৰ অৱস্থা পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MerikomolympicOlympic 2024Peris OlympicVinesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়
জীৱনশৈলী

ধনতেৰছৰ পূৰ্বে ৩ ৰাশিৰ ভাগ্যত ধনৰ বৰষুণ! আহিব ভাল সময়

November 1, 2026
নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

নিয়মিতভাৱে খাওক পকা বেল, শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

November 1, 2026
ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!
জীৱনশৈলী

ঘৰত শংখ ৰাখিলে মানি চলক নিয়ম, পাব লক্ষ্মীৰ আশীৰ্বাদ!

November 1, 2026
বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ
বাণিজ্য

বন্ধ PNB ৰ হাজাৰ হাজাৰ বেংক একাউণ্ট! গ্ৰাহকৰ বাবে ডাঙৰ খবৰ

November 1, 2026
Next Post
কোহলীয়ে কি ক’লে ৰিয়ান সন্দৰ্ভত, দেশ জুৰি চৰ্চিত

কোহলীয়ে কি ক'লে ৰিয়ান সন্দৰ্ভত, দেশ জুৰি চৰ্চিত

চীনৰ পাছতে বাংলাদেশ বিশ্বৰ দ্বিতীয় বৃহত্তম বস্ত্ৰ উদ্যোগৰ ঠাই, কিদৰে বানপানীয়ে ধুই থকা দেশ ইমান সফল

চীনৰ পাছতে বাংলাদেশ বিশ্বৰ দ্বিতীয় বৃহত্তম বস্ত্ৰ উদ্যোগৰ ঠাই, কিদৰে বানপানীয়ে ধুই থকা দেশ ইমান সফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.