• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় পদত্যাগ ঘোষণা কৰিলে কেজৰিৱালে, কোন এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী, আপৰ বিশেষ কৌশল

2 years ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

20 minutes ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

1 hour ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

2 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

3 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

4 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

5 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

6 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

7 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

8 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কিয় পদত্যাগ ঘোষণা কৰিলে কেজৰিৱালে, কোন এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী, আপৰ বিশেষ কৌশল

editor by editor
September 15, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কিয় পদত্যাগ ঘোষণা কৰিলে কেজৰিৱালে, কোন এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী, আপৰ বিশেষ কৌশল
0
SHARES
432
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিয় পদত্যাগ ঘোষণা কৰিলে কেজৰিৱালে, কোন এতিয়া পৰৱৰ্তী মুখ্যমন্ত্ৰী, আপৰ বিশেষ কৌশল

সুৰা কেলেংকাৰীত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱালে। কেজৰিৱালৰ এই পদত্যাগৰ পিছত ৰাজধানীৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অৰবিন্দ কেজৰিৱালে কিয় হঠাতে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। লগতে কেজৰিৱালে মহাৰাষ্ট্ৰৰ লগতে দিল্লীতো নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে।

২০২৪ চনৰ ২১ মাৰ্চৰ পৰা দীৰ্ঘদিন কাৰাগাৰত কটাবলগীয়া হৈছে কেজৰিৱালে। আৰু ২০২৪ চনৰ মাৰ্চ মাহত তিহাৰ জেললৈ যোৱাৰ পিছত কেজৰিৱালে লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অলপ সময়ৰ বাবে জামিন পাইছিল যদিও তেতিয়াৰ পৰা কেজৰিৱাল জেলত আছিল। ১৩ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে চিবিআই গোচৰত কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছিল।।

কেজৰিৱালে জানে যে আগন্তুক দিল্লী নিৰ্বাচন বহু দূৰত নহয়। জানুৱাৰী-ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। যদিও আম আদমী পাৰ্টিৰ নেতা এতিয়াও জেলত আছে, যেনে সত্যেন্দ্ৰ জৈন আৰু অমনাতুল্লাহ খান। কেজৰিৱালে দলৰ কৰ্মীসকলক সম্বোধন কৰি জেললৈ যোৱা বা জেলত থকা সকলো নেতাৰ কথা উল্লেখ কৰে।

এনে পৰিস্থিতিত আম আদমী পাৰ্টিৰ শীৰ্ষ নেতৃত্বই জানে যে সময় কম আৰু আগন্তুক নিৰ্বাচনত দিল্লীত ক্ষমতা ৰক্ষা কৰিব বিচাৰিলে এতিয়া ৰাইজৰ মাজলৈ যাব লাগিব। কেজৰিৱালে ছিছ’দিয়াৰ সৈতে জনসাধাৰণৰ মাজলৈ যোৱাৰ কথা কৈছে যদিও দিল্লীৰ নিৰ্বাচনী পৰিৱেশ অতি সোনকালে আৰম্ভ হ’ব যেন লাগে।

কেজৰিৱালে ভাষণত কয় যে যেতিয়ালৈকে জনসাধাৰণে ৰায় নিদিয়ে তেতিয়ালৈকে তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহি নাথাকে। তেওঁ বৰ্তমানৰ ৰাইজক প্ৰশ্ন কৰে যে তেওঁলোকে কেজৰিৱালক সৎ নে অপৰাধী বুলি গণ্য কৰে… ইয়াৰ পৰা স্পষ্ট যে কেজৰিৱালে জনসাধাৰণৰ মাজলৈ গৈ নিজৰ বাবে সমৰ্থন বিচাৰিব আৰু আগন্তুক নিৰ্বাচনত দলৰ বাবে ভোট বিচাৰিব।

কেজৰিৱাল জনসাধাৰণৰ মাজলৈ যোৱাৰ অৰ্থ হ’ল সমগ্ৰ দলটো পুনৰ জনসাধাৰণৰ মাজলৈ যাব। অৱশ্যে এতিয়াও কেজৰিৱালৰ সমুখত আছে হাৰিয়ানাৰ নিৰ্বাচনৰ। য’ত আম আদমী পাৰ্টিয়ে পূৰ্ণ শক্তিৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। এনে পৰিস্থিতিত কেজৰিৱালে হাৰিয়ানাতো প্ৰচাৰ চলাব লাগিব।

আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল কেজৰিৱালৰ পদত্যাগৰ পাছত কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী। কেজৰিৱাল আৰু মনীষ চিছ’দিয়া এজনো পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ দৌৰত নাই। আনহাতে সত্যেন্দ্ৰ জৈন বৰ্তমানেও জেলত। এনে পৰিস্থিতিত দলৰ মূল চেহেৰা হৈ পৰিছে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱাল, প্ৰশাসনিক দায়িত্ব চম্ভালি থকা আতিশী মাৰ্লেনা, দলৰ জ্যেষ্ঠ নেতা সঞ্জয় সিং আৰু বিধায়ক গোপাল ৰায়, সৌৰভ ভৰদ্বাজ আদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwalDelhi CMDelhi ElectionKejriwal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
Next Post
কাইলৈ সূৰ্য্যৰ কৃপাত ৩টা ৰাশিয়ে লাভ কৰিব অতিকে ভাল খবৰ, ২ ৰাশিৰ হৃদয় ভঙাটো নিশ্চিত

হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন