• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, এই ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব অৰ্থ সাফল্য

২০২৫ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, এই ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব অৰ্থ সাফল্য

1 year ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

3 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

4 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

4 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

4 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

5 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

6 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

6 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

7 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

7 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

8 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, এই ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব অৰ্থ সাফল্য

২০২৫ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, এই ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব অৰ্থ সাফল্য

editor by editor
December 14, 2024
in জীৱনশৈলী
0
২০২৫ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, এই ৩ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব অৰ্থ সাফল্য
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ৰাহু’ ৰ নাম শুনিলেই বহুতৰে বুকু কঁপি উঠে৷ ৰাহুৰ খং উঠিলেই সকলো সৰ্বনাশ৷ বৈদিক জ্যোতিষ শাস্ত্ৰত সেয়ে ৰাহুক মায়াবী গ্ৰহ বুলি কোৱা হয়৷ যি ভয়ংকৰ হোৱাৰ ওপৰিও ৰহস্যময়ো৷ জীৱনৰ বিভিন্ন ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ অপৰিসীম৷ বিশেষকৈ ভ্ৰমণ, জুৱাৰ আসক্তি, কঠোৰ ভাষণ, ধৰ্মীয় যাত্ৰাত ৰাহুৰ প্ৰভাৱ থাকে বুলি কোৱা হয়৷

জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাহুৰ ৰাশি পৰিবৰ্তনৰ সময়ত এই সমস্ত ক্ষেত্ৰত বিশেষ প্ৰভাৱ দেখা যায়৷ ২০২৫ চনত ৰাহুৱে কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ এই গমনত কিছু ৰাশিৰ ভাগ্য খুলি যাব৷ তেওঁলোকৰ বাবে কি কি শুভ সংকেত আহিব ৰাহুলৈ৷ নতুন বছৰত তেওঁলোকে ভাগ্যৰ সহায় থাকিব৷ জীৱনত ইতিবাচক পৰিবৰ্তনো আহিব৷

কুম্ভ ৰাশি

নতুন বছৰত ৰাহু কুম্ভ ৰাশিতেই প্ৰবেশ কৰিব৷ সেয়ে এই গমন কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত লাভজনক হ’ব৷ আত্মবিশ্বাস তুংগত থাকিব৷ ব্যক্তিত্বত আকৰ্ষণৰ ক্ষমতা বৃদ্ধি পাব৷ কাম আৰু চাকৰি জীৱনতো সাফল্য পাব তেওঁলোকে৷ আয়ৰ নতুন পথ খুলি যাব৷ আৰ্থিক দিশৰ পৰাও এই সময় অনুকূল থাকিব৷ প্ৰচুৰ লাভ পাব৷ বিবাহিতসকলে সুখী দাম্পত্য জীৱন কটাব৷ জীৱনসংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ সমস্ত পৰিকল্পনাত সফল হ’ব৷ জীৱনযাত্ৰাত ইতিবাচক পৰিবৰ্তন আহিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ৰাহুৰ ৰাশি পৰিবৰ্তনে শুভ ফল আনিব৷ কৰ্মজীৱনতো উন্নতি হ’ব৷ ৰাহুৰ প্ৰভাৱত ব্যৱসায় আৰু চাকৰিত উন্নতি হ’ব৷ ব্যৱসায়িক সূত্ৰে ভ্ৰমণ কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব৷ যিসকলে দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে তেওঁলোকে চাকৰি লাভ কৰিব৷ ব্যৱসায়ীসকলে বিশাল অংকৰ মুনাফা পাব৷ ইয়াৰ ফলত ব্যৱসায় বাঢ়িব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ৰাহুৰ ৰাশি পৰিবৰ্তনত সৌভাগ্য আহিব৷ নতুন বছৰত এওঁলোকৰ ভাগ্যস্থানত ৰাহু থাকিব৷ ফলত ৰৈ থকা কাম এই সময়ত সম্পন্ন হ’ব পাৰে৷ চিন্তাভাৱনা কৰা ক্ষমতা বাঢ়িব৷ ফলত সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাই৷ ব্যৱসায় আৰু চাকৰিত বিপুল লাভ কৰিব৷ ধৰ্মীয় আৰু শুভ কামত অংশগ্ৰহণৰ সুযোগ পাব৷ যি সমস্ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকে সাফল্য পোৱাৰ বিপুল সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
আজি বছৰৰ শেষ পূৰ্ণিমাত ঘৰ সলাব সূৰ্যই, ৫ ৰাশি উঠিব সাফল্যৰ শীৰ্ষত, আহিব ধন

আজি বছৰৰ শেষ পূৰ্ণিমাত ঘৰ সলাব সূৰ্যই, ৫ ৰাশি উঠিব সাফল্যৰ শীৰ্ষত, আহিব ধন

এবাৰ যি সম্পৰ্ক তৈয়াৰ হয় সেই সম্পৰ্ক আজন্ম থাকি যায়, স্বামী নাই কাৰ নামত সেন্দুৰ পৰিধান কৰে ৰেখাই?

এবাৰ যি সম্পৰ্ক তৈয়াৰ হয় সেই সম্পৰ্ক আজন্ম থাকি যায়, স্বামী নাই কাৰ নামত সেন্দুৰ পৰিধান কৰে ৰেখাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.