• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ত ৰাহুৱে দুবাৰ গোচৰ কৰাত ৩ ৰাশি ধনৰ গাদীত শুব, লাকী ৰাশি কি কি?

২০২৬ত ৰাহুৱে দুবাৰ গোচৰ কৰাত ৩ ৰাশি ধনৰ গাদীত শুব, লাকী ৰাশি কি কি?

3 months ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

12 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

13 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

13 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

14 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

14 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

15 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

15 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

16 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

17 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

18 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

18 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ত ৰাহুৱে দুবাৰ গোচৰ কৰাত ৩ ৰাশি ধনৰ গাদীত শুব, লাকী ৰাশি কি কি?

২০২৬ত ৰাহুৱে দুবাৰ গোচৰ কৰাত ৩ ৰাশি ধনৰ গাদীত শুব, লাকী ৰাশি কি কি?

editor by editor
December 12, 2025
in জীৱনশৈলী
0
২০২৬ত ৰাহুৱে দুবাৰ গোচৰ কৰাত ৩ ৰাশি ধনৰ গাদীত শুব, লাকী ৰাশি কি কি?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনত ঘটিব বিৰল ডাবল ৰাহু গোচৰ৷ জ্যোতিষ অনুসৰি এই দ্বিগুণ ৰাহু প্ৰভাৱ কেইবাটাও ৰাশিৰ ওপৰত পৰিব বিশেষ আশীৰ্বাদ৷ কোনোৱে চাকৰিত উন্নতি কৰিব, কোনোৱে ব্যৱসায়ত হঠাৎ ধনী হব৷ আৰ্থিক বৃদ্ধি, অপ্ৰত্যাশিত লাভ, সম্পত্তি ক্ৰয়ৰ দৰে সুযোগ তৈয়াৰ হব কিছু ৰাশিৰ বাবে৷ জ্যোতিষমতে ২০২৬ চনত ৰাহুৰ ডাবল গোচৰৰ কাৰণে বহু ৰাশিৰ জীৱনত ডাঙৰ পৰিবৰ্তন আহিব৷ বৃষ, মিথুন আৰু মকৰ ৰাশি আছে শুভ তালিকাত৷

বৃষ ৰাশি

ডাবল ৰাহুৰ বিশেষ প্ৰভাৱত বৃষ ৰাশিৰ জাতকৰ ওপৰত অৰ্থবৃষ্টি হব৷ পুৰণি বিনিয়োগৰ পৰা বৃহৎ ৰিটাৰ্ণ৷ বিদেশ ভ্ৰমণ আৰু নতুন কামৰ সম্ভাৱনা৷ ব্যৱসায়ত বৃহৎ সাফল্য৷ সামাজিক মৰ্যাদা বৃদ্ধি৷ ২০২৬ চনৰ মাজৰে পৰাই অৰ্থভাগ্য ফুলি উঠিব বৃষৰ জাতকৰ৷

মিথুন ৰাশি

মিথুন ৰাশিয়ে পাব সকলোতকৈ ডাঙৰ সুবিধা৷ হঠাৎ চাকৰিৰ সুযোগ৷ অফিচত পদোন্নতি, ভাগ্যৰ জোৰত অপ্ৰত্যাশিত টকা আহিব৷ নতুন ব্যৱসায় আৰম্ভ কৰিলে বিপুল লাভ৷ জ্যোতিষীয়ে কৈছে ৰাহুৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতকৰ কেছ ফ্লো শক্তিশালী হব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ অধিপতি শনি৷ ৰাহুৰ সৈতে শনিৰ যুগল প্ৰভাৱ তৈয়াৰ কৰিব ধন ৰাজযোগে৷ সম্পত্তি ক্ৰয়ৰ যোগ৷ পুৰণি সমস্যাৰ সমাধান৷ বৃহৎ লক্ষ্য পূৰণ৷ আৰ্থিক স্থিতি আৰু আত্মবিশ্বাস বৃদ্ধি৷ ২০২৬ৰ দ্বিতীয়াৰ্ধত এই ৰাশিয়ে ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত শীৰ্ষত উঠিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
Next Post
ন্যায়ালয়ৰ ওপৰত সকলোৰে আস্থা, ন্যায় পাবই হাৰ্টথ্ৰ’বে! মহামান্য আদালতত জমা দিয়া হ’ল ৪ ট্ৰাঙ্ক জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ তথ্য

ন্যায়ালয়ৰ ওপৰত সকলোৰে আস্থা, ন্যায় পাবই হাৰ্টথ্ৰ’বে! মহামান্য আদালতত জমা দিয়া হ’ল ৪ ট্ৰাঙ্ক জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ তথ্য

মূল অভিযুক্ত ৭টা, শেখৰ, অমৃতপ্ৰভা, সিদ্ধাৰ্থ, শ্যামকানুৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা

মূল অভিযুক্ত ৭টা, শেখৰ, অমৃতপ্ৰভা, সিদ্ধাৰ্থ, শ্যামকানুৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.