• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ্বৰতা! বিদ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ; নিহত ২১ আহত ২৫

বৰ্বৰতা! বিদ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ; নিহত ২১ আহত ২৫

4 years ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

58 minutes ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

2 hours ago
বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

বিপদ যাব আঁতৰি, মাত্ৰ ঘৰৰ এই স্থানত ৰাখক ময়ূৰৰ পাখি!

3 hours ago
উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

উশাহ লোৱাত সমস্যা, ই কি কি ৰোগৰ ইংগিত দিব পাৰে?

3 hours ago
Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

Daily Horoscope: আজি ভাগ্য উদয় হ’ব বহু ৰাশিৰ, জানক দৈনিক ৰাশিফল

4 hours ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

11 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

12 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

13 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

14 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

14 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

15 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বৰ্বৰতা! বিদ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ; নিহত ২১ আহত ২৫

editor by editor
March 17, 2022
in বিশ্ব, ৰাজনীতি
0
বৰ্বৰতা! বিদ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ; নিহত ২১ আহত ২৫
0
SHARES
66
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউক্ৰেইনত অসামৰিক লোকৰ ওপৰতো আক্ৰমণ ৰাছিয়া অব্যাহত ৰাখিছে আগ্ৰাসী ৰাছয়াই৷ বৃহস্পতিবাৰে ৰাছিয়াই এখন বিদ্যালয় আৰু এটা সাংস্কৃতি কেন্দ্ৰতো আক্ৰমণ চলায়৷

পূৱ ইউক্ৰেইনত কৰা উক্ত আক্ৰমণত অতি কমেও ২১ গৰাকী অসামৰিক লোক নিহত হোৱাৰ লগতে ২৫ গৰাকী লোক আহত হৈছে৷

খাৰকিভৰ আঞ্চলিক বিষয়াই সামাজিক মাধ্যমত প্ৰকাশ কৰা খাৰকিভৰ সমীপৰ মেৰেফাৰত ৰাছিয়াই কৰা আক্ৰমণত আহত হোৱা ১০ গৰাকী লোকৰ অৱস্থা অতি সংকটজনক৷

লগতে পঢ়ক এতিয়াও যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে ভাৰতীয় শিক্ষাৰ্থী, কি ক’লে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে?

উল্লেখ্য যে ইউক্ৰেইনৰ দ্বিতীয় বৃহৎ চহৰ খাৰকিভৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ মেৰেফাত কে’বাসপ্তাহ ধৰি ৰাছিয়াই আক্ৰমণ কৰি আছে৷

বৃহস্পতিবাৰে কৰা আক্ৰমণ এটা কেবামহীয়া আট্টালিকাটোৰ কেবাটাও মহলা ধ্বংসস্তূপত পৰিণত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Channal of Assambest news channel in assamBest News Portal in AssamKharkivRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ

স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.