• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ’ খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত

মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ’ খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত

2 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

11 minutes ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

1 hour ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

1 hour ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

2 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

3 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

4 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

5 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

5 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

5 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

6 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

6 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ’ খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত

editor by editor
May 30, 2024
in বিশ্ব, ভাৰত
0
মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ’ খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত
0
SHARES
602
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই ১৫০ ফুট দ’ খাৱৈত বাছ বাগৰি ২১ যাত্ৰী নিহত, ৪০ আহত

আজি বিয়লি এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। মন্দিৰ দৰ্শনৰ বাবে গৈ থাকোতেই মৃত্যু হয় ২১ গৰাকীকৈ লোকৰ। আনহাতে আহত হয় অন্য ৪০গৰাকী লোক। জম্মুত সংঘটিত হৈছে এই অতিকে শোকাবহ দুৰ্ঘটনাটো।

এক যাত্ৰীবাহী বাছৰ এই দুৰ্ঘটনাটো সংঘটিত হয়। মন্দিৰ দৰ্শনৰ বাবে গৈ আছিল বাছ ভৰ্তি ভক্ত। কিন্তু ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত ১৫০ ফুট দ’ খাৱৈত সকলো যাত্ৰীৰে সৈতে বাগৰি পৰে বাছখন। দুৰ্ঘটনাৰ সময়ত বাছখনত ৬০ গৰাকী যাত্ৰী আছিল।

বাছখন বাগৰি পৰাৰ ফলতে ঘটনাস্থলীতে নিহত হয় ২১ গৰাকী লোক। আনহাতে আহত হয় ৪০ গৰাকী। ইয়াৰে ২০গৰাকী লোক গুৰুতৰভাৱে আহত হয়। যাৰ বাবে এতিয়া সন্দেহ কৰা অনুসৰি পাছলৈ মৃত্যুৰ সংখ্যা বৃদ্ধিপাব পাৰে। আহত সকলক বৰ্তমানে নিকট হাস্পতালত ভৰ্তি কৰোৱা গৈছে ২০ গৰাকীক উন্নত চিকিৎসাৰ বাবে জম্মুৰ জিএমচিলৈ প্ৰেৰণ কৰা হৈছে।

প্ৰাথমিক তথ্যৰ ওপৰত ভিত্তি কৰি ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, উত্তৰ প্ৰদেশৰ নম্বৰ প্লেট থকা বাছখন জম্মুৰ মাতা বৈষ্ণো দেৱী মন্দিৰৰ পৰা ৮০ কিলোমিটাৰ দূৰ স্থিত শিৱখেৰী ধামলৈ বুলি গৈ আছিল। কিন্তু পথতে বিপৰীত দিশৰ পৰা অহা এখন বাছৰ সৈতে মুখামুখি হৈ নিয়ন্ত্ৰণ হেৰুৱাই  দ’ খাৱৈত বাগৰি পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jammuJammu Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
Next Post
মংগল গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে মহা দৰিদ্ৰ যোগ, ৩ দিনৰ পিছত ৩ টা ৰাশিত দৰিদ্ৰতাৰ বিপদ

মংগল গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ বাবে মহা দৰিদ্ৰ যোগ, ৩ দিনৰ পিছত ৩ টা ৰাশিত দৰিদ্ৰতাৰ বিপদ

৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে

৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.