• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে

৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে

2 years ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

30 minutes ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

1 hour ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

2 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

2 hours ago
মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

মানসিকভাৱে সুস্থ ট্ৰাম্প! ১৩ মাহত চতুৰ্থবাৰৰ বাবে মেডিকেল টেষ্ট কৰালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

3 hours ago
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

4 hours ago
বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

বিচনাত খাদ্য খোৱাৰ অভ্যাস? হ’ব পাৰে আপোনাৰ সৰ্বনাশ!

4 hours ago
দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

দেশভক্তি কৰি বিপদত ৰণবীৰ সিং! ফাৰহান আখতাৰৰ বাবেই বলীউডত বয়কট নেকি ৰণবীৰ?

5 hours ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

6 hours ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

7 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে

৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগেভাগে

editor by editor
May 30, 2024
in জীৱনশৈলী
0
৩১ মেত হাতলৈ ধন আহিব নে খৰচ বাঢ়িব? জানি থওক আগতীয়াকৈয়ে
0
SHARES
12.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩১ মে ২০২৪ শুক্ৰবাৰ হৈছে পঞ্জিকা অনুসৰি জেঠ মাহৰ কৃষ্ণা অষ্টমী। চন্দ্ৰই কাইলৈ কুম্ভ ৰাশি এৰি মীন ৰাশিত বিৰাজ কৰিব। জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইবাটাও শুভ যোগ পৰিছে। এই শুভ যোগসমূহ হৈছে মালব্য ৰাজযোগ, শুক্ৰাদিত্য যোগ আৰু প্ৰীতি যোগ। ইয়াৰোপৰি কাইলৈ শুকুৰবাৰে থাকিব শতভিষা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈৰ দিনটো মাহাত্ম্যপূৰ্ণ হব কেইটামান ৰাশিৰ জাতকৰ বাবে। হিন্দুধৰ্মমতে শুকুৰবাৰ হৈছে লক্ষ্মীৰ প্ৰিয় দিন। জ্যোতিষবিদৰ মতে এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো নানান দিশৰ পৰা লাভজনক হব ৫ৰাশিৰ জাতকৰ বাবে। মা লক্ষ্মীৰ আশীৰ্বাদত প্ৰচুৰ ধন সম্পদ হাতলৈ আহিব ৫ৰাশিৰ জাতকৰ। ৩১ মে শুকুৰবাৰে সুখ সৌভাগ্য ভৰি পৰিব কোন কোন ৰাশিৰ জাতকৰ, জানি থওক আজিয়েই।

মেষ ৰাশি

৩১মে শুকুৰবাৰ লাভজনক হব মেষ ৰাশিৰ জাতকৰ বাবে। কাইলৈ অতিৰিক্ত আয় কৰাৰ সুযোগ আহিব আপোনাৰ হাতলৈ। প্ৰীতি যোগৰ প্ৰভাৱত কািলৈ মাহৰ শেষ দিনটোত স্বাস্থ্যও ভালে থাকিব মেষ ৰাশিৰ জাতকৰ। কৰ্মক্ষেত্ৰত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব আপোনাৰ। ঊৰ্ধতন কৰ্তৃপক্ষ আপোনাৰ কামত সুখী হব। নিজৰ বুদ্ধিৰ বলত সকলো চেলেঞ্জ অনায়াসে পাৰ কৰিব পাৰিব এই ৰাশিৰ জাতকে।

কৰ্কট ৰাশি

শুক্ৰাদিত্য যোগৰ প্ৰভাৱত সুখ আৰু সাফল্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে। কাইলৈ সকলো কামতেই সৌভাগ্যই আপোনাক লগ দিব। সকলো কামতেই সৌভাগ্যক নিজৰ কাষতে পাব। সমাজত সন্মান বাঢ়িব আপোনাৰ। কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে দেখা হব পাৰে। পৰিয়ালৰ তৰফৰ পৰাও সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে।

কন্যা ৰাশি

মে মাহৰ শেষৰ দিনটোত শতভিষা নক্ষত্ৰৰ শুভ প্ৰভাৱত নিজৰ কামৰ বাবে সন্মান বাঢ়িব আপোনাৰ। কন্যা ৰাশিৰ জাতকে ধৰ্মীয় বিষয়ত আগ্ৰহী হৈ উঠিব। কাইলৈ কোনো সামাজিক কামত যুক্ত হৈ পৰিব পাৰে। সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। মানসিক ভাৱেও শান্তিত থাকিব কন্যা ৰাশিৰ জাতক।

ধনু ৰাশি

মালব্য ৰাজযোগত সৌভাগ্য় লাভ কৰিব ধনু ৰাশিৰ জাতকে। কাইলৈ পেছাগত কাৰণত আপুনি বিদেশ যাত্ৰা কৰিব পাৰে। নতুন কোনো ব্য়ৱসায় আৰম্ভ কৰিলে লাভৰ মুখ দেখিব। বন্ধুৰ সৈতে ভাল সময় কটাব। মনত পজিটিভ চিন্তাই কাম কৰিব। শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিলে আৰ্থিকভাৱে লাভৱান হব ধনু ৰাশিৰ জাতক।

কুম্ভ ৰাশি

৩১মে বিশেষ কোনো সুখবৰ পাব পাৰে কুম্ভ ৰাশিৰ জাতকে। কাইলৈ আপুনি নিজৰ জীৱনত কোনো বিশেষ সমস্যাৰ পৰা মুক্তি পাব পাৰে। আপোনাৰ ওপৰত কোনো ব্যক্তিয়ে খং কৰি থাকিলে আপোনাৰ মধুৰ ব্যৱহাৰত খং দূৰ হব। পৰিয়ালৰ সদস্য়ৰ পৰা কাইলৈ আপুনি প্ৰয়োজনীয় সহায় লাভ কৰিব। সংগীৰ সৈতে কোৱালিটি টাইম কটাব কুম্ভ ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ
জীৱনশৈলী

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

May 27, 2026
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?
জীৱনশৈলী

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

May 27, 2026
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ
জীৱনশৈলী

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

May 27, 2026
লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!
জীৱনশৈলী

লিচু খোৱাৰ পূৰ্বে মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে বিপদ!

May 27, 2026
Next Post
পেছা কোনটো, ইউটিউব নে আৰক্ষী জোৱান? ইউটিউবাৰ হৈ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন পাপৰি কলিতা

পেছা কোনটো, ইউটিউব নে আৰক্ষী জোৱান? ইউটিউবাৰ হৈ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন পাপৰি কলিতা

মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ

মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.