• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?

হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?

2 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

3 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

4 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

4 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

4 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

5 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

5 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

6 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

6 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

7 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

7 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?

হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?

editor by editor
June 18, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
হজলৈ গৈ শেষ হৈ গ’ল ২২ টা জীৱন! কি হৈছে মক্কাত? ছৌদী চৰকাৰৰ কিবা গাফিলতি নে অইন কোনো ঘটনা?
0
SHARES
960
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰম্ভ হৈছে হজযাত্ৰা৷ এইবাৰ ছৌদী আৰৱত হজযাত্ৰীসকলে তীব্ৰ গৰমৰ বাবে বহু অসুবিধাৰো সন্মুখীন হৈছে৷ গৰমৰ বাবেই বৰ্তমানলৈকে ২২ গৰাকীকৈ হজযাত্ৰীয়ে সাবটি লৈছে মৃত্যুক৷  ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা মৃতক সংখ্যাক লৈ ছৌদী চৰকাৰকেই দোষী বুলি জনাইছে একাংশই৷ ছৌদী চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাটাও গুৰুত্বৰ অভিযোগো৷ সামাজিক মাধ্যমত ভাইৰেল হৈছে একাধিক ছবি৷ ছবিত দেখা পোৱা অনুসৰি গৰমৰ বাবেই ৰাস্তাতেই ঢলি পৰিছে বহু লোক৷ পথৰ দাঁতিতেই পৰি ৰৈছে মৃতদেহ৷ ছৌদী আৰৱৰ স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া ৰিপৰ্টমতে হজযাত্ৰাৰ সময়ত ২৭০০ ৰো অধিক লোকে হিটষ্ট্ৰোকত আক্ৰান্ত হৈছে৷

দেওবাৰে জৰ্ডানৰ সংবাদ সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন মতে ছৌদী আৰৱলৈ হজ যাত্ৰাত যোৱা ১৪ জন লোকে ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে৷ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ যত পথৰ দাঁতিত, ডিভাইডাৰত মৃতদেহ পৰি থকা দেখা গৈছে৷ অৱশ্যে এই ভিডিঅ’ৰ সত্যাসত্য কিমান সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷ এই ভিডিঅসমূহক লৈয়েই একাংশই এতিয়া সমালোচনা কৰিছে ছৌদী চৰকাৰক৷ ছৌদী চৰকাৰে হজৰ পৰাই বাৰ্ষিক কোটি কোটি টকা উপাৰ্জন কৰে৷ অথচ সেই হজযাত্ৰীসকলৰ বাবেই উচিত ব্যৱস্থাপন নকৰে বুলিও একাংশই অভিযোগ আনিছে৷

সোমবাৰে ছৌদীৰ তাপমাত্ৰা আছিল ৫১.৮ ডিগ্ৰী চেলচিয়াছ৷ বিশেষ মছজিদটো যি স্থানত আছে সেই স্থানৰেই এই তাপমাত্ৰা৷ যাৰবাবে মছজিদ প্ৰদক্ষিণ কৰোতে বহু তীৰ্থযাত্ৰী অসুস্থ হৈ উঠিছে৷ এই স্থানতে হজযাত্ৰীসকলে তিনিখন পকী বেৰত চয়তানক শিলগুটি মৰাৰ ৰীতি পালন কৰে৷ এই স্থানত গৰমৰ বাবে কোনোৱে যদি বটলৰ পানী মূৰত ঢালিছে, কোনোৱে আকৌ চটফটাই ঢলিও পৰিছে৷

জৰ্দানৰ বৈদেশিক মন্ত্ৰণালয়ে দেওবাৰে জনোৱা অনুসৰি, অত্যন্ত গৰমৰ বাবে ১৪ জন জৰ্দান হজযাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭ জনৰ বৰ্তমানলৈকে সন্ধান লাভ কৰা নাই৷ ইৰাণৰো ৫গৰাকী হজযাত্ৰীৰ মৃত্যু হোৱা বুলি বিবৃত্তি দিছে৷ ইণ্ডোনেছিয়াৰ পৰা যোৱা ১৩৬ যাত্ৰীৰ ভিতৰত ৩জনৰ মৃত্যুৰ খবৰ আহিছে৷ আনফালে ভাৰতৰ পৰাও ১ লাখ ৭৫ হাজাৰ হজযাত্ৰী ছৌদীলৈ গৈছে তাৰ ভিতৰত ৩ জন অসমৰ আৰু এজন তেলেংগানাৰ হজযাত্ৰীয়ে সাবটি লৈছে মৃত্যুক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
বিৰল ৰোগত আক্ৰান্ত গায়িকা আলকা ইয়াগনিক! লাহে লাহে হেৰাইছে শ্ৰৱণ শক্তি,  সুস্থতাৰ বাবে অনুৰাগীৰ প্ৰাৰ্থনা

বিৰল ৰোগত আক্ৰান্ত গায়িকা আলকা ইয়াগনিক! লাহে লাহে হেৰাইছে শ্ৰৱণ শক্তি, সুস্থতাৰ বাবে অনুৰাগীৰ প্ৰাৰ্থনা

কামাখ্যা মন্দিৰ কিয় ইমান বিখ্যাত? কিয় অম্বুবাচীত লাখ লাখ ভক্তই ভিৰ কৰে এই মন্দিৰত?

কামাখ্যা মন্দিৰ কিয় ইমান বিখ্যাত? কিয় অম্বুবাচীত লাখ লাখ ভক্তই ভিৰ কৰে এই মন্দিৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.