• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিথুনত উদিত হৈ শক্তিশালী হ’ব শুক্ৰ, জুলাই মাহ শুভ হ’ব ৫ৰাশিৰ জাতকৰ, বাঢ়িব আয়-সম্পত্তি

মিথুনত উদিত হৈ শক্তিশালী হ’ব শুক্ৰ, জুলাই মাহ শুভ হ’ব ৫ৰাশিৰ জাতকৰ, বাঢ়িব আয়-সম্পত্তি

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মিথুনত উদিত হৈ শক্তিশালী হ’ব শুক্ৰ, জুলাই মাহ শুভ হ’ব ৫ৰাশিৰ জাতকৰ, বাঢ়িব আয়-সম্পত্তি

মিথুনত উদিত হৈ শক্তিশালী হ’ব শুক্ৰ, জুলাই মাহ শুভ হ’ব ৫ৰাশিৰ জাতকৰ, বাঢ়িব আয়-সম্পত্তি

editor by editor
June 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মিথুনত উদিত হৈ শক্তিশালী হ’ব শুক্ৰ, জুলাই মাহ শুভ হ’ব ৫ৰাশিৰ জাতকৰ, বাঢ়িব আয়-সম্পত্তি
0
SHARES
8.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৫ এপ্ৰিলৰ পৰা অস্ত দশাত থকাৰ পাছত এই মাহত উদিত হৈছে শুক্ৰ৷ ২৯ জুনত মিথুন ৰাশিত শুক্ৰ উদয় হ’ব৷ জ্যোতিষ অনুসৰি সুখ, সৌভাগ্য আৰু বিলাসিতাৰ কাৰক গ্ৰহ শুক্ৰ উদিত হৈ নিজৰ শক্তি বৃদ্ধি কৰিব৷ যাৰ ফলত নিজৰ অধিকাৰক্ষেত্ৰতত কাৰ্যকৰী ফল প্ৰদান কৰিব এই গ্ৰহই৷ দৈত্যগুৰু উদয় হোৱাত কিছু ৰাশিৰ জাতকৰ ওপৰত ইয়াৰ সৰ্বাধিক শুভ প্ৰভাৱ পৰিব৷ কোন কোন ৰাশিৰ জাতক এই সময়ত লাভৱান হ’ব? কাৰ কাৰ আয় বাঢ়িব জানি থওক সবিশেষ৷

বৃষ ৰাশি

জ্যোতিষ গণনা অনুসৰি বৃষ ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ উদয় অৱস্থা অনুকূল প্ৰমাণিত হ’ব৷ শুক্ৰই আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত উদিত হ’ব৷ সেয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰালত আকস্মিক ধনলাভ কৰিব এই ৰাশিৰ জাতকে৷ চৰকাৰী কামৰ সৈতে যুক্ত জাতকে সুসংবাদ পাব৷ পৈতৃক সম্পত্তি লাভৰ যোগ আছে৷ এই সময়ত ব্যৱসায়চ উন্নতিৰ সুযোগ পাব বৃষ ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ পদোন্নতি আৰু উন্নতি হ’ব পাৰে৷ বাণীৰ প্ৰভাৱ বাঢ়িব, যাৰ ফলত সকলো আপোনাৰ প্ৰতি ইমপ্ৰেছ হ’ব৷ পৰিকল্পনাত সফল হ’ব৷

মিথুন ৰাশি

শুক্ৰৰ উদয় দশাই মিথুন ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হ’ব৷ এই ৰাশিৰ লগ্নস্থানত শুক্ৰ উদিত হ’ব৷ এই সময়ত মিথুন ৰাশিৰ জাতকৰ ব্যক্তিত্ব উন্নত হ’ব৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে ভাল পৰিমানৰ অৰ্থ লাভ কৰিব পাৰিব৷ আয়ৰ নতুন উৎস পাব এই ৰাশিৰ জাতকে৷ অৰ্থ সঞ্চয়ত সফল হ’ব৷ পৰিকল্পিত প্ৰকল্প সফল হ’ব৷ ইয়াৰোপৰি এই ৰাশিৰ জাতকৰ জনপ্ৰিয়তা বৃদ্ধি পাব৷ মান-সন্মান আৰু প্ৰতিষ্ঠা বাঢ়িব৷ পাবলগীয়া টকা উভতাই পাব৷ এই সময়ত বিবাহিত জাতকৰ দাম্পত্য জীৱন অসাধাৰণ হ’ব৷

কন্যা ৰাশি

শুক্ৰৰ উদয় দশা কন্যা ৰাশিৰ জাতকৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়৷ আপোনাৰ ৰাশিৰ কৰ্মস্থানত উদিত হ’ব শুক্ৰ৷ কাম আৰু ব্যৱসায়ত উন্নতিৰ পথ প্ৰশস্ত কৰিব৷ চিন্তাভাৱনাৰ শক্তি প্ৰৱল হ’ব৷ এই সময়ত লোৱা যিকোনো সিদ্ধান্ত লাভজনক হ’ব৷ পুৰণি লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ বেকাৰ যুৱকে নতুন চাকৰি পাব পাৰে৷ ব্যৱয়াসীসকলে ধন লাভ কৰিব৷ ব্যৱসায় সম্প্ৰসাৰণ সম্ভৱ৷

তুলা ৰাশি

শুক্ৰৰ গোচৰ তুলা ৰাশিৰ জাতকৰ বাবে অনুকূল৷ আপোনাৰ গোচৰ কোষ্ঠীৰ নৱন স্থানত শুক্ৰ উদিত হ’ব৷ শুক্ৰ আপোনাৰ ৰাশিৰ অধিপতি৷ উদয় হৈ তুলাৰ জাতকৰ ভাগ্য চমকিব৷ পৈতৃক সম্পত্তিৰ মধ্যমেৰে ধনলাভ কৰিব পাৰিব৷ পাৰিবাৰিক জীৱনৰ বাবে এই সময় শুভ৷ দেশ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷ ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ প্ৰতিযোগীতামূলক পৰীক্ষাত সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে৷

মীন ৰাশি

জ্যোতিষ গণনা অনুসৰি শুক্ৰৰ উদয়দশা মীন ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী৷ আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত উদিত হৈ শুক্ৰই সুখ বৃদ্ধি কৰিব৷ নতুন বাহন, সম্পত্তি ক্ৰয় কৰিব পাৰে এই ৰাশিৰ জাতকে৷ এই সময়ত কোনো নতুন কামৰ সূচনা হ’ব পাৰে৷ ইয়াৰ দ্বাৰা ভাল ফল পাব৷ এই ৰাশিৰ জাতকে ৰিয়েল এষ্টেট, মাটি, সম্পত্তি সংক্ৰান্তীয় কামত সফলতা অৰ্জন কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
ভিৰৰ মাজতো নিজৰ বুলিবলৈ কোনো নাই! শুকুৰবাৰলৈকে নেমকেয়াৰৰ মৰ্গেই ঠিকনা শিলাদিত্য-আগমণিৰ

ভিৰৰ মাজতো নিজৰ বুলিবলৈ কোনো নাই! শুকুৰবাৰলৈকে নেমকেয়াৰৰ মৰ্গেই ঠিকনা শিলাদিত্য-আগমণিৰ

ৰাহুল গান্ধীৰ ওপজা দিন, ওপজা দিনতেই জানি থওক ৰাহুলৰ এই ১০টা অজানা কথা

ৰাহুল গান্ধীৰ ওপজা দিন, ওপজা দিনতেই জানি থওক ৰাহুলৰ এই ১০টা অজানা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.