• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাদ্য-পানী নোহোৱাকৈ ৩০ ঘণ্টা ধৰি বিমান-বন্দৰত আৱদ্ধ ২৬৫ ভাৰতীয় যাত্ৰী, কাৰণ কি?

খাদ্য-পানী নোহোৱাকৈ ৩০ ঘণ্টা ধৰি বিমান-বন্দৰত আৱদ্ধ ২৬৫ ভাৰতীয় যাত্ৰী, কাৰণ কি?

11 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

খাদ্য-পানী নোহোৱাকৈ ৩০ ঘণ্টা ধৰি বিমান-বন্দৰত আৱদ্ধ ২৬৫ ভাৰতীয় যাত্ৰী, কাৰণ কি?

editor by editor
April 4, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
খাদ্য-পানী নোহোৱাকৈ ৩০ ঘণ্টা ধৰি বিমান-বন্দৰত আৱদ্ধ ২৬৫ ভাৰতীয় যাত্ৰী, কাৰণ কি?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খাদ্য-পানী নোহোৱাকৈ ৩০ ঘণ্টা ধৰি বিমান-বন্দৰত আৱদ্ধ ২৬৫ ভাৰতীয় যাত্ৰী, কাৰণ কি?

লণ্ডনৰ পৰা মুম্বাই অভিমুখী ভাৰ্জিন আটলাণ্টিক বিমানৰ ২৬৫ গৰাকী যাত্ৰী তুৰস্কৰ দিয়াৰবাকিৰ বিমানবন্দৰত ৩০ ঘণ্টাৰো অধিক সময় আবদ্ধ হৈ আছে। বৰ্তমানে খাদ্য-পানীৰ অভাৱত পৰিছে এই সকল যাত্ৰী। যাৰ বাবে যাত্ৰীসকলে অহৰহ সহায়ৰ বাবে কাতৰ অনুৰোধ কৰি আছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কাৰিকৰী সমস্যাৰ বাবে হঠাতে বিমানখন অৱতৰণ কৰিব লগা হয়। পাছত বিমানখনক উৰণৰ বাবে অযোগ্য ঘোষণা কৰা হয়। পিছত বিমানখনৰ ক্ৰু সকলক এখন হোটেললৈ লৈ যোৱাৰ বিপৰীতে যাত্ৰীসকলক সৰু আঞ্চলিক বিমানবন্দৰ এটাৰ ভিতৰত ৰখা হয়, য’ত পৰ্যাপ্ত সুবিধা নাই।

ভাৰতীয় দূতাবাসৰ সহায়ত একাংশ যাত্ৰীক নিকট হোটেললৈ লৈ যোৱা হৈছে। বিমান সংস্থাটোৱে জনোৱা মতে, স্থানীয় সময় অনুসৰি পুৱা ৯ বজাৰ ভিতৰত এখন বেকআপ বিমান সাজু হ’ব। অৱশ্যে একাংশ যাত্ৰী এতিয়াও বিমানবন্দৰৰ ট্ৰেনজিট হোল্ডিং এৰিয়াত আৱদ্ধ হৈ আছে।

ইফালে আৱদ্ধ যাত্ৰীসকলে বিমান সংস্থাটোৱে মৌলিক সা-সুবিধাৰ ব্যৱস্থা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে। যাত্ৰীসকলে অভিযোগ কৰে যে ভাৰ্জিন এয়াৰলাইন্সে যাত্ৰীসকলৰ বাবে কোনো ব্যৱস্থা কৰা নাছিল আৰু তেওঁলোকে কেতিয়া মুম্বাইলৈ যাব পাৰিব সেই সম্পৰ্কে কোনো তথ্যও দিয়া নাছিল।

বিমানখনত আবদ্ধ হৈ থকা যাত্ৰীসকলৰ একাংশই এক্স হেণ্ডেলযোগে পোষ্ট কৰি লিখে যে, ঘটনাস্থলীত অপৰ্যাপ্ত খাদ্য, শৌচাগাৰ আৰু ইলেক্ট্ৰনিক ডিভাইচৰ চাৰ্জিং পইণ্টকে ধৰি বহু মৌলিক সুবিধাৰ সন্মুখিন হৈছে। আন এজনে লিখে অৱতৰণৰ পাছতে বিমান খনৰ ক্ৰু সকলে সহায় কৰাৰ সলনি হঠাতে নোহোৱা হৈ পৰে।

আনহাতে তুৰস্কত থকা ভাৰতীয় দূতাবাসে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘আংকাৰাত থকা ভাৰতীয় দূতাবাসে ভাৰ্জিন আটলাণ্টিক এয়াৰলাইন্স, দিয়াৰবাকিৰ বিমানবন্দৰ সঞ্চালকালয় আৰু তুৰস্কৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে অহৰহ যোগাযোগত আছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা অব্যাহত আছে, অতি সোনকালে সমস্যাটো সমাধান কৰি যাত্ৰীসকলক মুম্বাইলৈ বিকল্প বিমানেৰে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ আলোচনা চলি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PassengerTurkeyTurkey Airport
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
ৰাষ্ট্ৰপতি মুৰ্মূৰ স্বাক্ষৰৰ পাছতে আইনত পৰিণত ৱাকফ বিধেয়ক, কি কি পৰিৱৰ্তন হ’ব, সবিশেষ…

ৰাষ্ট্ৰপতি মুৰ্মূৰ স্বাক্ষৰৰ পাছতে আইনত পৰিণত ৱাকফ বিধেয়ক, কি কি পৰিৱৰ্তন হ’ব, সবিশেষ...

ৰামলালাৰ কপালত ৪ মিনিট ধৰি সূৰ্য তিলক, সূৰ্য্যভিষেকৰ এক আচৰিত দৃশ্য

ৰামলালাৰ কপালত ৪ মিনিট ধৰি সূৰ্য তিলক, সূৰ্য্যভিষেকৰ এক আচৰিত দৃশ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.