অসম লাইভ২৪ঃ
ৰাস্তাত গাড়ী বা বাইক চলাওতে আপুনি দহবাৰ চিন্তা কৰক
নিয়ম নামানিলেই ভৰিব লাগিব ২৫ হাজাৰকৈ জৰিমনা
কঠোৰ হৈছে এইবাৰ যান-বাহন আৰক্ষী
কি কি নিয়ম উলঙ্ঘন কৰিলে কিমান জৰিমনা ভৰিব আপুনি?
চিটবেল্ট নলগোৱাকৈ গাড়ী চলালে ভৰিব লাগিব ১০০০ টকা ফাইন
দুচকীয়া বাহনত দুজনতকৈ বেছি উঠিলে ভৰিব ১০০০ টকা ফাইন
হেলমেট নিপিন্ধাকৈ বাইক চলালে ফাইন দিব লাগিব ১০০০ টকা
এম্বুলেন্সক বাট এৰি নিদিলে ভৰিব লাগিব ১০,০০০টকা ফাইন
ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ গাড়ী চলালে ৫০০০টকা ফাইন
তীব্ৰ গতিত গাড়ী চলালে দিব লাগিব ২০০০টকা ফাইন
বিপদজনক ভাৱে গাড়ী চলালে ৫০০০টকা ফাইন
সুৰাপান কৰি গাড়ী চলালে আপুনি ভৰিব লাগিব ১০,০০০ টকা
গাড়ী চলাওতে ম’বাইল ফোনত কথা পাতিলে ৫০০০টকা ফাইন
গাড়ীৰ ৰোড পাৰ্মিট নাথাকিলে দিব লাগিব ১০,০০০টকা ফাইন
অতিৰিক্ত বোজা কঢিয়ালে ফাইন লাগিব ২০০০ টকা
লাইচেঞ্চ বাতিলৰ পাছত বাহন চলালে ভৰিব ১০,০০০টকা
বীমাৰ প্ৰমান-পত্ৰ নথকাকৈ বাহন চলালে ২০০০ টকা
অনুপযুক্ত বয়সত বাহন চলালে ২৫০০০ হাজাৰ টকা ফাইন
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ