• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃ হ’ল ছানা খান! পুত্ৰ নে কন্যা সন্তানৰ মাতৃ হ’ল ছানা?

মাতৃ হ’ল ছানা খান! পুত্ৰ নে কন্যা সন্তানৰ মাতৃ হ’ল ছানা?

3 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

5 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

5 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

6 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

6 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

8 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

9 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

9 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

10 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

11 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মাতৃ হ’ল ছানা খান! পুত্ৰ নে কন্যা সন্তানৰ মাতৃ হ’ল ছানা?

editor by editor
July 5, 2023
in চিনেমা, জীৱনশৈলী, ভাৰত
0
মাতৃ হ’ল ছানা খান! পুত্ৰ নে কন্যা সন্তানৰ মাতৃ হ’ল ছানা?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাতৃ হ’ল অভিনেত্ৰী ছানা খান। কিছুসময় পূৰ্বেই সামাজিক মাধ্যমত এই ভাল খবৰটো শ্বেয়াৰ কৰিছে ছানাই। এটা লৰা সন্তানৰ মাতৃ হ’ল ছানা। বিবাহৰ পাছতেই বলীউড ত্যাগ কৰি অন্য এক জীৱন আদৰি লৈছিল ছানাই। বলীউডৰ পৰা আঁতৰি স্বামী উমৰাহৰ সৈতে একেবাৰেই কট্টৰ মুছলমান এগৰাকী বোৱাৰী হিচাপে নিজকে গঢ় দিছে ছানাই। বিবাহৰ পাছতেই গ্লেমাৰ ৱাৰ্ল্ডৰ পৰা আঁতৰি ধৰ্ম-কৰ্মত মন দিছিল ছানাই।

ছানাই ব্যতিক্ৰম জীৱনটো আদৰি লোৱাক লৈ এটা মন্তব্যত কৈছিল, ‘এয়া জীৱনৰ এক অনন্য অনুভূতি। আহিবলগা সময়ক লৈ মই খুবেই উচ্ছ্বাসিত। নতুন বাটেৰে যাত্ৰা আৰম্ভ কৰিছো। বহু কথাই সলনি হৈছে। হিজাব নিপিন্ধাকৈ এতিয়া মই থাকিব নোৱাৰো। বিদেশলৈ ছুটি কটাবলৈ গ’লেও সকলোসময়তেই হিজাব বোৰ্খা পৰিধান কৰো।’

বিগত কেইমান পূৰ্বে ছানাই মাতৃ হ’বলৈ ওলোৱাৰ খবৰটো নিজেই দিছিল। ছানাই এই সন্দৰ্ভত কৈছিল, ‘মাতৃ হোৱাৰ অনুভূতি প্ৰত্যেক নাৰীৰ জীৱনৰেই অনন্য অনুভূতি। এই যাত্ৰা খুবেই সুন্দৰ। মই সন্তানক কোলাত ল’বলৈ অপেক্ষা কৰি আছো।’ ছানাই অপেক্ষা কৰি থকা সেই ক্ষণটো আহিল। আজি অৰ্থাৎ বুধবাৰে এটা পুত্ৰ সন্তানৰ মাতৃ হ’ল ছানা খান।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Next Post
ধেমালি চলেৰেই কথাবোৰ সঁচা হ’ল! ৰিক্ত বুকুত বাসনা ঢলা সেই অলকানন্দাৰ অনামিকা আঙুলিত জিলিকিল শংকুৰাজৰ আঙুঠি

ধেমালি চলেৰেই কথাবোৰ সঁচা হ’ল! ৰিক্ত বুকুত বাসনা ঢলা সেই অলকানন্দাৰ অনামিকা আঙুলিত জিলিকিল শংকুৰাজৰ আঙুঠি

স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, ‘নিজকে ঠিক কৰক, নৱেম্বৰ মাহেই অন্তিম সময়সীমা’

স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী, 'নিজকে ঠিক কৰক, নৱেম্বৰ মাহেই অন্তিম সময়সীমা’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.