৪ ছেপ্টেম্বৰ ২০২৫ বৃহস্পতিবাৰে চন্দ্ৰই ধনু ৰাশি এৰি মকৰ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ শুক্লা দ্বাদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সৌভাগ্য যোগ আৰু শোভন যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব উত্তৰ আহাৰ নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ ৪ ছেপ্টেম্বৰত সৌভাগ্য যোগত শুভ দিন হব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ কামত পজিটিভ ফলাফল পাব৷ ৰৈ থকা টকা কাইলৈ উভতাই পাব৷ কোনো আত্মীয়ৰ পৰা কাইলৈ ভাল খবৰ পাব পাৰে৷ এই সুখবৰ শুনাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰিছিল৷
মিথুন ৰাশি
কাইলৈ মকৰ ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷ ভুৱনেশ্বৰী জয়ন্তীত মানসিক শান্তি লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কোনো সমস্যা আহিলেও কাইলৈ উত্তেজিত নহৈ ধৈৰ্য্য ধৰি সমাধান কৰিব লাগিব৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷ যি সম্পত্তি বহু দিন ধৰি বিক্ৰি কৰাৰ চেষ্টা কৰিছিল সেই কামতো সফল হব পাৰে৷
সিংহ ৰাশি
বৃশ্চিক ৰাশি
কাইলৈ সকলো দিশৰ পৰা সুখবৰ পাব বৃশ্চিক ৰাশিৰ জাতকে৷ শোভন যোগৰ প্ৰভাৱত আয় বাঢ়িব৷ ইয়াৰ ফলত কিছু ধন আপুনি সঞ্চয় কৰিব পাৰিব৷ কোনো ব্যৱসায়ত বহু দিন ধৰি আৰম্ভ কৰাৰ কথা ভাৱিলে কাইলৈ আপোনাৰ বাবে উপযুক্ত দিন৷ ভায়েক ভনীয়েকৰ সৈতে কাইলৈ সম্পৰ্ক ভাল হব৷
মীন ৰাশি
কাইলৈ নাৰায়ণৰ কৃপা থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ কোনো নতুন পদ্ধতিত সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ আপোনাৰ কামৰ খ্যাতি বিয়পি পৰিব৷ পৰিয়ালতো সুখ আৰু শান্তি থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব৷ বিদেশত বসবাসকাৰী আত্মীয়ৰ পৰা সুখবৰ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















