• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিৰ পূৰ্বে ৫ গ্ৰহই সলনি কৰিব স্থান, ধনে ধানে উপচিব ৫ৰাশিৰ জীৱন

দীপাৱলিৰ পূৰ্বে ৫ গ্ৰহই সলনি কৰিব স্থান, ধনে ধানে উপচিব ৫ৰাশিৰ জীৱন

2 years ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

14 minutes ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

39 minutes ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

1 hour ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

3 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

5 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

5 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

6 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

6 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

7 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

7 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিৰ পূৰ্বে ৫ গ্ৰহই সলনি কৰিব স্থান, ধনে ধানে উপচিব ৫ৰাশিৰ জীৱন

দীপাৱলিৰ পূৰ্বে ৫ গ্ৰহই সলনি কৰিব স্থান, ধনে ধানে উপচিব ৫ৰাশিৰ জীৱন

editor by editor
October 22, 2024
in জীৱনশৈলী, ভাৰত
0
দীপাৱলিৰ পূৰ্বে ৫ গ্ৰহই সলনি কৰিব স্থান, ধনে ধানে উপচিব ৫ৰাশিৰ জীৱন
0
SHARES
20.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষীৰ মতে এইবাৰ সমগ্ৰ অক্টোবৰ মাহতেই কেইবাটাও গ্ৰহই নিজৰ স্থান সলনি কৰিছে৷ সেয়ে এই মাহ অতুলনীয় মাহ হৈ পৰিছে। একে সময়তে ধনতেৰাছ আৰু দীপাৱলীৰ পূৰ্বে কেইবাটাও গ্ৰহৰ স্থান সলনিৰ পাছত সৃষ্টি হৈছে ৰাজযোগৰ৷ ২০২৪ চনৰ ২০ অক্টোবৰ দেওবাৰৰ পৰা মংগলে ৰাশি সলনি কৰাৰ পৰাই এই পৰিৱৰ্তন আৰম্ভ হৈছে। গ্ৰহৰ সেনাপতি মংগল গ্ৰহই ২০ অক্টোবৰৰ দুপৰীয়া ২:৪৬ বজাত মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ গৈছে৷

একে সময়তে ২৩ অক্টোবৰ বুধবাৰে বুধ গ্ৰহই বিশাখা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ আনহাতে ২৪ অক্টোবৰ বৃহস্পতিবাৰে স্বাতী নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য্যই। আনহাতে শুক্ৰ আৰু মংগল গ্ৰহইয়ো নক্ষত্ৰ পৰিবৰ্তন কৰিবলৈ গৈ আছে। ২৭ অক্টোবৰত জ্যেষ্ঠাত শুক্ৰ আৰু ২৮ অক্টোবৰ সোমবাৰে মংগলে পূষ্য নক্ষত্ৰত প্ৰৱেশ কৰিব। জ্যোতিষীসকলৰ মতে ৫ গ্ৰহৰ স্থান পৰিবৰ্তনে সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়৷  জনাওক, এই ৫ টা ভাগ্যবান ৰাশি কোন কোন?

৫টা গ্ৰহৰ গতিৰ পৰিবৰ্তনৰ প্ৰভাৱ

মেষ ৰাশি

দীপাৱলীৰ পূৰ্বে ৫ গ্ৰহৰ গতিৰ পৰিবৰ্তন মেষ ৰাশিৰ বাবে অতি শুভ৷ গ্ৰহৰ অনুকূল অৱস্থানৰ বাবে আপোনাৰ উপাৰ্জন বৃদ্ধি পাব আৰু আপোনাৰ আৰ্থিক অৱস্থাও অধিক শক্তিশালী হ’ব। ব্যৱসায়তো আপুনি সফলতা পাব আৰু আপোনাৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। প্ৰেম জীৱনো সুখৰ হ’ব আৰু আপুনি আপোনাৰ সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত কটাব।

সিংহ ৰাশি

গ্ৰহৰ স্থান সলনিয়ে সিংহ ৰাশিৰ কেৰিয়াৰৰ ক্ষেত্ৰত অতি শুভ হ’ব। পদোন্নতি বা নতুন চাকৰি পাব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব। ব্যৱসায়তো বহুত লাভ পাব। প্ৰেমৰ জীৱনো সুখৰ হ’ব। আপুনি সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত কটাব। নতুন উদ্যোগ লোৱাৰ বাবে বা নতুন কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল।

তুলা ৰাশি

পাঁচটা গ্ৰহৰ পৰিবৰ্তন ৫ৰাশিৰ বাবে সুখকৰ হব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ গঢ়ি উঠিব৷ ব্যৱসায়তো লাভ পাব আৰু আৰ্থিক অৱস্থাও সুদৃঢ় হ’ব। টকা উপাৰ্জনৰ সকলো প্ৰচেষ্টা সফল হ’ব। ব্যৱসায় বৃদ্ধি পাব৷ 

ধনু ৰাশি

ধনু ৰাশিৰ লোকৰ বাবে দীপাৱলীৰ পূৰ্বে ৫ টা গ্ৰহৰ স্থান পৰিবৰ্তন অতি শুভ৷ কোনো ধৰ্মীয় ভ্ৰমণ কৰিব পাৰে৷ ব্যৱসায়তো লাভ পাব আৰু আৰ্থিক অৱস্থাও সুদৃঢ় হ’ব। প্ৰেম জীৱন সুখৰ হ’ব আৰু আপুনি আপোনাৰ সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত কটাব৷

কুম্ভ ৰাশি

এই পঞ্চগ্ৰহী পৰিৱৰ্তন স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অতি উত্তম হ’ব। আপুনি নিজেই অতি সতেজ আৰু সুখী অনুভৱ কৰিব। ব্যৱসায়তো আপুনি ডাঙৰ লাভ পাব। ব্যৱসায় বৃদ্ধি পাব আৰু ভ্ৰমণৰ পৰা লাভ হ’ব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব। পৰিয়ালত সুখ-শান্তিৰ পৰিবেশ সৃষ্টি হ’ব আৰু সম্পৰ্কবোৰো মজবুত হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!
জীৱনশৈলী

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

May 7, 2026
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

May 7, 2026
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

May 7, 2026
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

May 7, 2026
Next Post
মোৰ দ্বিতীয়খন ঘৰ ভাৰত, মোক ইয়াত আজীৱন থাকিব দিয়ক, অমিত শ্বাহলৈ আবেদন তছলিমা নাছৰিণৰ

মোৰ দ্বিতীয়খন ঘৰ ভাৰত, মোক ইয়াত আজীৱন থাকিব দিয়ক, অমিত শ্বাহলৈ আবেদন তছলিমা নাছৰিণৰ

উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত নতুন বন্ধুত্ব, কংগ্ৰেছক সংগ দিব AIUDF-এ

উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত নতুন বন্ধুত্ব, কংগ্ৰেছক সংগ দিব AIUDF-এ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.