• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোৰ দ্বিতীয়খন ঘৰ ভাৰত, মোক ইয়াত আজীৱন থাকিব দিয়ক, অমিত শ্বাহলৈ আবেদন তছলিমা নাছৰিণৰ

মোৰ দ্বিতীয়খন ঘৰ ভাৰত, মোক ইয়াত আজীৱন থাকিব দিয়ক, অমিত শ্বাহলৈ আবেদন তছলিমা নাছৰিণৰ

2 years ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

38 minutes ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

2 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

2 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

3 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

4 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

5 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

6 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

6 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

7 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

7 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

8 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মোৰ দ্বিতীয়খন ঘৰ ভাৰত, মোক ইয়াত আজীৱন থাকিব দিয়ক, অমিত শ্বাহলৈ আবেদন তছলিমা নাছৰিণৰ

মোৰ দ্বিতীয়খন ঘৰ ভাৰত, মোক ইয়াত আজীৱন থাকিব দিয়ক, অমিত শ্বাহলৈ আবেদন তছলিমা নাছৰিণৰ

editor by editor
October 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মোৰ দ্বিতীয়খন ঘৰ ভাৰত, মোক ইয়াত আজীৱন থাকিব দিয়ক, অমিত শ্বাহলৈ আবেদন তছলিমা নাছৰিণৰ
0
SHARES
173
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজীৱন ভাৰততেই থাকিব খোজে তছলিমা নাছৰিণ৷ বাংলাদেশৰ পৰা নিৰ্বাসিত হোৱাৰ পাছতেই ভাৰতেই ঠিকনা লেখিকা তছলিমা নাছৰিণৰ৷ তেওঁ ভাৰতত বসবাসৰ বাবে পাৰমিট ৰিনিউ কৰাৰ আবেদন কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত৷ এক্স হেণ্ডেলত তেওঁ আবেদন জনাই লিখিছে, ভাৰততেই যাতে তেওঁক থাকিবলৈ দিয়া হয়৷ বাংলাদেশী লেখিকা তছলিমা নাছৰিণে লিখা গ্ৰন্থৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল বাংলাদেশত৷ ১৯৯৮ চনত তেওঁৰ বিৰুদ্ধে ফতেয়া জাৰি কৰা হৈছিল৷ বাংলাদেশ এৰি তেতিয়াৰ পৰাই তেওঁ ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে৷ দীৰ্ঘসময় তেওঁ কলকাতাত আছিল৷ ইয়াৰপাছতেই ৰাজস্থানৰ জয়পুৰ হৈ শেষ পৰ্যন্ত দিল্লীতেই বসবাস কৰি আছে লং টাৰ্ম ৰেছিডেন্সি পাৰমিটত৷

তছলিমাৰ সেই পাৰমিটৰ ম্যাদেই শেষ হৈছে বিগত জুলাই মাহত৷ ইয়াৰপাছতেই তেওঁৰ পাৰমিট ৰিনিউ হোৱা নাই৷ যাৰবাবে ভাৰত এৰিব লাগিব বুলি ভয় খাইছে তছলিমাই৷ এক্স হেণ্ডেলত তছলিমা নাছৰিণে গৃহমন্ত্ৰী অমিত শ্বাহক টেগ কৰি লিখিছে, ‘অমিত শ্বাহজি নমস্কাৰ৷ মই ভাৰতত বসবাস কৰো কাৰণে এই দেশক মই ভালপাওঁ৷ বিগত ২০ বছৰ ধৰি এই দেশ মোৰ দ্বিতীয় ঘৰ৷ কিন্তু ২২ জুলাইৰ পৰা গৃহমন্ত্ৰালয়ে মোৰ ৰেচিডেন্স পাৰমিটৰ ম্যাদ বঢ়োৱা নাই৷ মই আপোনাৰ ওচৰত কৃতজ্ঞ হৈ থাকিম যদি তেওঁ মোক এই দেশত থাকিবলৈ দিয়ে৷’

উল্লেখ্য যে ছুইডিছ নাগৰিকত্ব থাকিলেও ২০১১ চনৰ পৰা ভাৰততেই বসবাস কৰি আছে তছলিমা নাছৰিণ৷ ইয়াৰ পূৰ্বেও তেওঁ ভাৰতত তেওঁৰ ৰেছিডেন্সি পাৰমিট বিচাৰি কেন্দ্ৰীয় কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক
জীৱনশৈলী

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

July 13, 2026
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা
বিশ্ব

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

July 13, 2026
Next Post
উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত নতুন বন্ধুত্ব, কংগ্ৰেছক সংগ দিব AIUDF-এ

উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত নতুন বন্ধুত্ব, কংগ্ৰেছক সংগ দিব AIUDF-এ

টি-২০ বিশ্বকাপ খেলৰ ফাইনেলত খেলাৰ কথা আছিল, পাছে ৰোহিতে… সঞ্জু ছেমছনৰ মন্তব্যই লগাইছে তোলপাৰ

টি-২০ বিশ্বকাপ খেলৰ ফাইনেলত খেলাৰ কথা আছিল, পাছে ৰোহিতে... সঞ্জু ছেমছনৰ মন্তব্যই লগাইছে তোলপাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.