• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত নতুন বন্ধুত্ব, কংগ্ৰেছক সংগ দিব AIUDF-এ

উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত নতুন বন্ধুত্ব, কংগ্ৰেছক সংগ দিব AIUDF-এ

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

7 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

7 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

8 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

8 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

9 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

9 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

10 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

11 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

12 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

12 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

13 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত নতুন বন্ধুত্ব, কংগ্ৰেছক সংগ দিব AIUDF-এ

editor by editor
October 22, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত নতুন বন্ধুত্ব, কংগ্ৰেছক সংগ দিব AIUDF-এ
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিৰ পথাৰত নতুন বন্ধুত্ব, কংগ্ৰেছক সংগ দিব AIUDF-এ

উপ-নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকি। অহা নৱেম্বৰ মাহৰ ১৩ তাৰিখে অনুষ্ঠিত হব উপ-নিৰ্বাচন। ৰাজ্যৰ ৫ সমষ্টিত এই উপ-নিৰ্বাচন অনুষ্ঠিত হব। সেই উদ্দেশ্য দেশৰ লগতে অসমতো গৰম হৈ পৰিছে ৰাজনীতিৰ পথাৰ।

ক২৫ অক্টোবৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ। সেই উদ্দেশ্য ইতিমধ্যে বিজেপি আৰু কংগ্ৰেছ দুয়ো দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ নাম সদৰি কৰিছে। তাৰেই মাজত পোহৰলৈ আহিছে এক গৰম খবৰ। উপ-নিৰ্বানৰ পূৰ্বে ৰাজ্যত দেখা দিছে এক নতুন সম্পৰ্ক।

এইবাৰৰ উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলক সংগ দিব এ আই ইউ ডি এফ দলে। এই কথা নিজেই সদৰি কৰিছে দলটোৰ মুখ্য নেতা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলৰ দলে চামগুৰি সমষ্টিত এইবাৰ কোনো প্ৰাৰ্থীত্ব নিদিয়ে।

ভোট বেংক যাতে বিভাজিত নহয়, সেই উদ্দেশ্যেই এই সিদ্ধান্ত দলটোৰ। মুঠৰ ওপৰত বিজেপিক এই আসনত জয়ী হব দিয়া নহব বুলি মন্তব্য আজমলৰ।

চামগুৰিৰ এই সমষ্টিত কংগ্ৰেছে ৰকিবুল হুছেইনক পুত্ৰ তানজিল হুছেইনক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। সেই তানজিল হুছেইনকে সমৰ্থন আগবঢ়াইছে আজমলৰ এ আই উফ ডি এফ দলে।

উল্লেখ্য যে, বিগত নিৰ্বাচনৰ ধুবুৰী সমষ্টিত এ আই উফ ডি এফৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ ৰকিবুল হুছেইনে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। সেই নিৰ্বাচনত ৰকিবুল হুছেইনে ৪ লাখ ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলক পৰাস্ত কৰিছিল।

পাছে সেই পৰাজয়ৰ পাছতো বদৰুদ্দিন আজমলে ৰকিবুলৰ ওপৰত কোনো ধৰণৰ প্ৰতিশোধ নলয়, বৰঞ্চ ৰকিবুলৰ পুত্ৰক এই উপ-নিৰ্বাচনত জয়ী হোৱাত সমৰ্থন আগবঢ়াব বুলি মন্তব্য প্ৰকাশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aiudfassam by electionby electionCongress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
Next Post
টি-২০ বিশ্বকাপ খেলৰ ফাইনেলত খেলাৰ কথা আছিল, পাছে ৰোহিতে… সঞ্জু ছেমছনৰ মন্তব্যই লগাইছে তোলপাৰ

টি-২০ বিশ্বকাপ খেলৰ ফাইনেলত খেলাৰ কথা আছিল, পাছে ৰোহিতে... সঞ্জু ছেমছনৰ মন্তব্যই লগাইছে তোলপাৰ

অভিষেক বচ্চনৰ নিম্ৰত কৌৰৰৰ সৈতে বিয়পি পৰা কথাৰ মাজতে অভিষেকক দেখা গ’ল খঙাল ৰূপত

অভিষেক বচ্চনৰ নিম্ৰত কৌৰৰৰ সৈতে বিয়পি পৰা কথাৰ মাজতে অভিষেকক দেখা গ'ল খঙাল ৰূপত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.