• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিষেক বচ্চনৰ নিম্ৰত কৌৰৰৰ সৈতে বিয়পি পৰা কথাৰ মাজতে অভিষেকক দেখা গ’ল খঙাল ৰূপত

অভিষেক বচ্চনৰ নিম্ৰত কৌৰৰৰ সৈতে বিয়পি পৰা কথাৰ মাজতে অভিষেকক দেখা গ’ল খঙাল ৰূপত

2 years ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

13 minutes ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

37 minutes ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

11 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

11 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

12 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

12 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

12 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

13 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

14 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

15 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

16 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অভিষেক বচ্চনৰ নিম্ৰত কৌৰৰৰ সৈতে বিয়পি পৰা কথাৰ মাজতে অভিষেকক দেখা গ’ল খঙাল ৰূপত

editor by editor
October 22, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
অভিষেক বচ্চনৰ নিম্ৰত কৌৰৰৰ সৈতে বিয়পি পৰা কথাৰ মাজতে অভিষেকক দেখা গ’ল খঙাল ৰূপত
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিষেক বচ্চনৰ নিম্ৰত কৌৰৰৰ সৈতে বিয়পি পৰা কথাৰ মাজতে অভিষেকক দেখা গ’ল খঙাল ৰূপত

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ ব্যক্তিগত জীৱনক লৈ যোৱা কেইদিনমানৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আছে। দুয়োৰে মাজত সকলো ঠিক নহয় বুলি খবৰ ওলাইছে। আনকি বিবাহৰ ১৭ বছৰৰ পাছত দম্পতীয়ে বিবাহ বিচ্ছেদ কৰিব পাৰে বুলিও খবৰ উলাইছে।

তাৰে পাছতে আকৌ অভিনেত্ৰী নিম্ৰত কৌৰৰ সৈতে নাম সাঙোৰ খাইছে অভিষেকৰ। এই সকলো উৰাবাতৰিৰ মাজতে এতিয়া অভিষেক বচ্চনৰ শেহতীয়া ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

শেহতীয়াকৈ অভিষেক বচ্চনক মুম্বাই বিমানবন্দৰত দেখা গৈছিল, য’ৰ পৰাই তেওঁৰ এই ভিডিঅ’ পোহৰলৈ আহিছে। ভাইৰেল ভিডিঅ’টোত বিমানবন্দৰৰ পৰা ওলাই আহোঁতে অভিষেক বচ্চনে পাপাৰাজীক আওকাণ কৰি পোনে পোনে খোজ কাঢ়ি যোৱা দেখা গৈছে।

আনকি অন্য দিনৰ দৰে অভিষেকে পাপাৰাজীৰ আগত ৰৈ পোজ দিয়াও নাছিল। অৱশ্যে অভিষেকৰ পিছে পিছে পাৰ্কিং ল’টলৈ গৈ ফটো আৰু ভিডিঅ’ ল’বলৈ চেষ্টা কৰিছিল পাপাৰাজীয়ে।

সেই কাৰ্যতে কিছু কঠুৱা হৈ অভিষেক বচ্চনে পাপাৰাজীবোৰৰ আগত হাত জোৰ কৰি কয় যে, – হৈ যাব আৰু বহুত হ’ল, ধন্যবাদ। এই সময়ছোৱাত অভিষেকক অলপ খঙাল যেন লাগিছিল আৰু অফ মুডত থকা যেন লাগিছিল। ইয়াৰ প্ৰতি ব্যৱহাৰকাৰীসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abhishek BachanPaparajjiviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?
বিনোদন

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

August 19, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

August 19, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
Next Post
২৪ তাৰিখৰ পৰা সলনি হ’ব ভাগ্য, আহোই অষ্টমিৰ যোগৰ ফলত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য

২৪ তাৰিখৰ পৰা সলনি হ'ব ভাগ্য, আহোই অষ্টমিৰ যোগৰ ফলত ৩ ৰাশিৰ সলনি হ'ব ভাগ্য

মাজত মাথো কেইটামান দিন বাকি, কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, সমীক্ষা প্ৰকাশ- ভাৰতীয় কমলা নে আমেৰিকান ট্ৰাম্প

মাজত মাথো কেইটামান দিন বাকি, কোন হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি, সমীক্ষা প্ৰকাশ- ভাৰতীয় কমলা নে আমেৰিকান ট্ৰাম্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.