• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাশ্মীৰত এনকাউণ্টাৰ : পাঁচ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা নিৰাপত্তাৰক্ষীৰ

কাশ্মীৰত এনকাউণ্টাৰ : পাঁচ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা নিৰাপত্তাৰক্ষীৰ

5 years ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

55 minutes ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

1 hour ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

2 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

3 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

3 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

4 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

5 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

6 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

6 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

14 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

15 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাশ্মীৰত এনকাউণ্টাৰ : পাঁচ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা নিৰাপত্তাৰক্ষীৰ

editor by editor
January 30, 2022
in অসম, ভাৰত
0
কাশ্মীৰত এনকাউণ্টাৰ : পাঁচ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা নিৰাপত্তাৰক্ষীৰ
0
SHARES
106
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰে জন্মু আৰু কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ দুটা পৃথক পৃথক অভিযানত ৫ গৰাকীকৈ সন্ত্ৰাসবাদী নিহত হৈছে৷

জন্মু আৰু কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ অনুসৰি সন্ত্ৰাসবাদ বিৰোধী দুটা পৃথক পৃথক এনকাউণ্টাৰত পুলৱামা আৰু বুধগাম জিলাত পাঁচগৰাকী সন্ত্ৰাসবাদী নিহত হৈছে৷

ঘটনাৰ বিৱৰণীৰ মতে পুলৱামা জিলাত সংঘটিত সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাবসবাদীৰ ভিতৰত এগৰাকী পাকিস্তানী সন্ত্ৰাসবাদী আছে৷ নিৰাপত্তাৰক্ষীৰে হোৱা এই সংঘৰ্ষত জেইজ-ই-মহম্মদৰ কামাণ্ডাৰ জাহিদ ৱানীও নিহত হৈছে৷

ইফালে বুধগাম জিলাৰ চ্ৰেৰ-ই-শ্বৰীফ এলেকাত হোৱা সংঘৰ্ষত আন এগৰাকী সন্ত্ৰাসবাদী নিহত হৈছে৷ নিৰাপত্তাৰক্ষীয়ে উক্ত সংঘৰ্ষস্থলীৰ পৰা এটা একে 47 ৰাইফলো উদ্ধাৰ কৰিছে৷

দুটা পৃথক পৃথক সংঘৰ্ষত পাঁচগৰাকীকৈ সন্ত্ৰাসবাদীক হত্যা কৰাৰ পিছতে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে এই অভিযান দুটাক সফল অভিযান বুলি অভিহিত কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা মাহটোত কাশ্মীৰ উপত্যকাত নিৰাপত্তাৰক্ষীৰ গুলীত অতি কমেও ২২ গৰাকী সন্ত্ৰাসবাদীৰ নিহত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24encounterjammu-kashmirmilitants killed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
Next Post
তিনি বছৰীয়া শিশু হস্তীকন্যা : ভাইৰেল হস্তীৰ দুগ্ধপানৰ ভিডিঅ’, ৰাজ্যজুৰি চৰ্চা লাভ

তিনি বছৰীয়া শিশু হস্তীকন্যা : ভাইৰেল হস্তীৰ দুগ্ধপানৰ ভিডিঅ’, ৰাজ্যজুৰি চৰ্চা লাভ

প্ৰেমিকাৰ মাতৃক কিডনী দান : এমাহৰ পিছতে অন্য পুৰুষৰ সৈতে বিয়া হ’ল প্ৰেমিকা

প্ৰেমিকাৰ মাতৃক কিডনী দান : এমাহৰ পিছতে অন্য পুৰুষৰ সৈতে বিয়া হ’ল প্ৰেমিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.