• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ সিদ্ধান্ত : চৰকাৰী চাকৰিৰ পদোন্নতিত নকৰে হস্তক্ষেপ

সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ সিদ্ধান্ত : চৰকাৰী চাকৰিৰ পদোন্নতিত নকৰে হস্তক্ষেপ

5 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

25 minutes ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

53 minutes ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

1 hour ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

2 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

3 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

4 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

5 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

5 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

7 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

8 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

8 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ সিদ্ধান্ত : চৰকাৰী চাকৰিৰ পদোন্নতিত নকৰে হস্তক্ষেপ

editor by editor
January 29, 2022
in Uncategorized
0
সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ সিদ্ধান্ত : চৰকাৰী চাকৰিৰ পদোন্নতিত নকৰে হস্তক্ষেপ
0
SHARES
272
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এক বিশেষ স্থিতিৰ কথা স্পষ্ট কৰিছে৷

এতিয়াৰে পৰা সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰী চাকৰিৰ পদোন্নতিৰ সংৰক্ষণত কোনো হস্তক্ষেপ নকৰে৷ শনিবাৰে এইকথা স্পষ্ট কৰিছে উচ্চতম ন্যায়ালয়ে৷

উচ্চতম ন্যায়ালয়ৰ মতে চৰকাৰী চাকৰিৰ পদোন্নতিত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ সংৰক্ষণৰ আদি বিষয়ত উচ্চতম ন্যায়ালয়ে আৰু কোনো হস্তক্ষেপ নকৰে। ইয়াৰ লগতে এইক্ষেত্ৰত কোনো নতুন মাপকাঠী নিৰ্দ্ধাৰণ কৰা নহয় বুলিও জনাই দিছে সৰ্বোচ্চ ন্যায়ালয়ে।

ন্যায়াধীশ নাগেশ্বৰ ৰাওৰ নেতৃত্বৰ বিচাৰপীঠে  চৰকাৰী চাকৰিৰ পদোন্নতিত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ সংৰক্ষণ সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি কয়ে যে বিভিন্ন চৰকাৰী পদত এছ চি, এছ টি-ৰ সংখ্যা কিয় পৰ্যাপ্ত নহয়৷

বিভিন্ন পদত এছ চি, এছ টি সংৰক্ষণৰ অনুপাত কিমান হোৱা উচিত সেই বিষয়ত ৰাজ্যসমূহে নিজেই তথ্য সংগ্ৰহ কৰিব লাগিব আৰু সেয়া তেওঁলোকৰেই দায়িত্ব।

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বি আৰ গাভাইও থকা ন্যায়াধীশ নাগেশ্বৰ ৰাওৰ বিচাৰপীঠখনে পদোন্নতিৰ ক্ষেত্ৰত বৰ্তমান চলি থকা বিভিন্ন চৰ্তসমূহ খাৰিজ বা হ্ৰাস কৰিবলৈকো সন্মত নহ’ল।

চৰকাৰী চাকৰিত পদোন্নতিৰ সময়ত এছ চি, এছ টিসকলৰ প্ৰতিনিধিত্ব নিৰ্দ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অনুপাত সংগ্ৰহ কৰাৰ যি ব্যৱস্থা কাৰ্যকৰী হৈ আছে সেয়া উঠাই দিবলৈ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ত এই প্ৰস্তাৱ খাৰিজ হৈছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
কাশ্মীৰত এনকাউণ্টাৰ : পাঁচ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা নিৰাপত্তাৰক্ষীৰ

কাশ্মীৰত এনকাউণ্টাৰ : পাঁচ সন্ত্ৰাসবাদীক গুলীয়াই হত্যা নিৰাপত্তাৰক্ষীৰ

তিনি বছৰীয়া শিশু হস্তীকন্যা : ভাইৰেল হস্তীৰ দুগ্ধপানৰ ভিডিঅ’, ৰাজ্যজুৰি চৰ্চা লাভ

তিনি বছৰীয়া শিশু হস্তীকন্যা : ভাইৰেল হস্তীৰ দুগ্ধপানৰ ভিডিঅ’, ৰাজ্যজুৰি চৰ্চা লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.