• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনি বছৰীয়া শিশু হস্তীকন্যা : ভাইৰেল হস্তীৰ দুগ্ধপানৰ ভিডিঅ’, ৰাজ্যজুৰি চৰ্চা লাভ

তিনি বছৰীয়া শিশু হস্তীকন্যা : ভাইৰেল হস্তীৰ দুগ্ধপানৰ ভিডিঅ’, ৰাজ্যজুৰি চৰ্চা লাভ

5 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

17 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

18 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

18 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

19 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

20 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

20 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

21 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

21 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

22 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

23 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

23 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

তিনি বছৰীয়া শিশু হস্তীকন্যা : ভাইৰেল হস্তীৰ দুগ্ধপানৰ ভিডিঅ’, ৰাজ্যজুৰি চৰ্চা লাভ

editor by editor
January 30, 2022
in অসম, উত্তৰ-পূব
0
তিনি বছৰীয়া শিশু হস্তীকন্যা : ভাইৰেল হস্তীৰ দুগ্ধপানৰ ভিডিঅ’, ৰাজ্যজুৰি চৰ্চা লাভ
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সামাজিক মাধ্যমত এগৰাকী কণমানি হস্তীকন্যাৰ ভিডিঅ’ ভাইৰেল হৈ পৰা পিছতে সমগ্ৰ অসমতে চৰ্চা লাভ কৰিছে শিশু কন্যাটিয়ে৷

এই তিনি বছৰীয়া শিশু কন্যাটি হৈছে গোলাঘাট জিলাৰ এৰেঙাপাৰাৰ হৰ্ষিতা বৰা৷

কণমানি হৰ্ষিতাই হস্তীৰ সৈতে ওমলি থকা, খেলি থকা আৰু হস্তীক কণমানিৰ হাতেৰে খাদ্য যোগান ধৰা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যম যোগে ভাইৰেল হৈ পৰিছে৷ ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কণমানি হৰ্ষিতা৷

ইমানেই নহয়, হৰ্ষিতাই হস্তী দুগ্ধপান কৰি থকা অতি নয়নাভিৰাম দৃশ্যও সামাজিক মাধ্যমৰ যোগে ভাইৰেল হৈ পৰিছে৷

ৰাজ্যত ক্ৰমশঃ হস্তী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে কণমানি হৰ্ষিতাৰ এই ভাইৰেল হোৱা ভিডিঅ’ৱে মানৱ সমাজলৈ প্ৰকৃতিপ্ৰেমৰ এক সুন্দৰ আৰু যোগাত্মক বাৰ্তা প্ৰেৰণ কৰা বুলিও চৰ্চা লাভ কৰিছে৷

ইফালে মাত্ৰ তিনি বছৰ বয়তে হাতীৰ সৈতে নিৰ্ভয়ে একাত্ম হৈ খেলা-ধূলা কৰা আৰু নিজ হাতেৰে খাদ্য যোগান ধৰাৰ দৃশ্যক অতি দুঃসাহসিক বুলি অভিহিত কৰাৰ লগতে দৃষ্টিনন্দন বুলি আখ্যা দিছে নেটিজেনসকলে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam live 24axom live 24elephant girl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

October 11, 2026
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
প্ৰেমিকাৰ মাতৃক কিডনী দান : এমাহৰ পিছতে অন্য পুৰুষৰ সৈতে বিয়া হ’ল প্ৰেমিকা

প্ৰেমিকাৰ মাতৃক কিডনী দান : এমাহৰ পিছতে অন্য পুৰুষৰ সৈতে বিয়া হ’ল প্ৰেমিকা

কাৰ আৰু কন্টেইনাৰৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু ৫ জনৰ

কাৰ আৰু কন্টেইনাৰৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু ৫ জনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.