• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৯খন আসনত পঞ্চম পৰ্যায়ৰ ভোটদান আৰম্ভ; সবাতোকৈ ধনী প্ৰাৰ্থীৰ সম্পত্তি ২১২ কোটিতকৈও অধিক

2 years ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

27 minutes ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

3 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

4 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

5 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

6 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

23 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

৪৯খন আসনত পঞ্চম পৰ্যায়ৰ ভোটদান আৰম্ভ; সবাতোকৈ ধনী প্ৰাৰ্থীৰ সম্পত্তি ২১২ কোটিতকৈও অধিক

editor by editor
May 20, 2024
in ভাৰত, ৰাজনীতি
0
৪৯খন আসনত পঞ্চম পৰ্যায়ৰ ভোটদান আৰম্ভ; সবাতোকৈ ধনী প্ৰাৰ্থীৰ সম্পত্তি ২১২ কোটিতকৈও অধিক
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪৯খন আসনত পঞ্চম পৰ্যায়ৰ ভোটদান আৰম্ভ; সবাতোকৈ ধনী প্ৰাৰ্থীৰ সম্পত্তি ২১২ কোটিতকৈও অধিক

২০২৪ চনৰ পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ২০ মে’ৰ পৰা ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯খন আসনৰ বাবে ভোটদান আৰম্ভ হৈছে। ৫ম পৰ্যায়ৰ ভোটগ্ৰহণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰাজনাথ সিং আৰু স্মৃতি ইৰানীকে ধৰি চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাগ্য নিৰ্ণয় হ’ব আজি।

এই পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪খন, মহাৰাষ্ট্ৰৰ ১৩খন, পশ্চিম বংগৰ ৭খন, ওড়িশাৰ ৫খন, বিহাৰৰ ৫খন, ঝাৰখণ্ডৰ ৩খন, জম্মু-কাশ্মীৰৰ এখন আৰু লাডাখৰ এখন আসনত ভোটদান চলি আছে।

পঞ্চম পৰ্যায়ত বহু মন্ত্ৰী আৰু সুপৰিচিত ব্যক্তিৰ ভাগ্য ইভিএমত বন্দী হ’ব। এই পৰ্যায়ত মোডী চৰকাৰৰ মন্ত্ৰী ৰাজনাথ সিং, স্মৃতি ইৰানীকে ধৰি ৰাহুল গান্ধী, চিৰাগ পাছৱান, ওমৰ আব্দুল্লা, সাধ্বী নিৰঞ্জন জ্যোতি, পীযুষ গোৱাল, ৰাজীৱ প্ৰতাপ ৰুডীৰ দৰে প্ৰবীণ নেতাৰ নাম আছে।

আজিৰ নিৰ্বাচনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ২২৭ গৰাকী প্ৰাৰ্থী কোটিপতি আছে। বিজেপিৰ ৩৬জন, কংগ্ৰেছৰ ১৫জন আৰু সমাজবাদী পাৰ্টিৰ ১০জন প্ৰাৰ্থীৰ সম্পত্তি ১ কোটি টকাৰ ওপৰত। মুঠ প্ৰাৰ্থীৰ গড় সম্পত্তিৰ পৰিমাণ আছিল ৩.৫৬ কোটি টকা।

ইয়াৰে ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী বিজেপিৰ অনুৰাগ শৰ্মা। উত্তৰ প্ৰদেশৰ ঝান্সীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা অনুৰাগ শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমাণ ২১২ কোটিতকৈও অধিক। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ ভীৱণ্ডী আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী নীলেশ ভগৱান ছাম্বে ১১৬ কোটি টকাৰ সম্পত্তিৰে দ্বিতীয় সৰ্বাধিক ধনী প্ৰাৰ্থী।

মুম্বাই উত্তৰ আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল এই তালিকাৰ তৃতীয় ধনী প্ৰাৰ্থী। তেওঁৰ মুঠ সম্পত্তি ১১০ কোটিতকৈ অধিক বুলি ঘোষণা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 5th PhaseelectionVoting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

March 12, 2026
Next Post
জীৱনত প্ৰথমবৰলৈ ভোট দিলে অভিনেতা অক্ষয় কুমাৰে…

জীৱনত প্ৰথমবৰলৈ ভোট দিলে অভিনেতা অক্ষয় কুমাৰে...

মাহেকীয়া প্ৰদোষ ব্ৰত, ৮০০ বছৰৰ মূৰকত আহিছে বিশেষ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন